বিপৰীত শব্দ (Antyonms/Opposite Words In Assamese)

__________________ অ __________________

অকৃতজ্ঞ ~ কৃতজ্ঞ [HSLC '11]
অগভীৰ ~ গভীৰ
অগ্ৰগতি ~ পশ্চাৎগতি
অচল ~ সচল
অণু ~ বৃহৎ
অতিবৃষ্টি ~ অনাবৃষ্টি
অধম ~ উত্তম
অধিকাৰ ~ অনাধিকাৰ
অধীন ~ স্বাধীন
অতিবৃষ্টি ~ অনাবৃষ্টি
অনভ্যাস ~ অভ্যাস

অনুকূল ~ প্ৰতিকূল [HSLC '02]
অনুগ্ৰহ ~ নিগ্ৰহ
অনুচিত ~ উচিত
অনুৰাগ ~ বিৰাগ
অপমান ~ মান
অবৈধ ~ বৈধ
অৰ্বাচীন ~ প্ৰাচীন
অভাৱ ~ উভৈনদী
অভিজ্ঞ ~ অনভিজ্ঞ
অভ্যাস ~ অনভ্যাস
অমৃত ~ বিষ, গৰল [HSLC '09]
অলপ ~ বেছি
অসতী ~ সতী
অসভ্য ~ সভ্য
অসহায় ~ সহায়
অসাধু ~ সাধু
অসুস্থ ~ সুস্থ
অস্বাভাৱিক ~ স্বাভাৱিক
অহংকাৰ ~ নিৰহংকাৰী
অক্ষম ~ সক্ষম

__________________ আ _________________
আইনসংগ ~ বে-আইনী
আকৰ্ষণ ~ বিকৰ্ষণ [HSLC '02]
আকাশ ~ পাতাল [HSLC '14]
আচামী ~ ফৰিয়াদী
আচাৰ ~ অনাচাৰ
আঢ্যৱন্ত ~ দৰিদ্ৰ
আদৰ ~ অনাদৰ
আদান ~ প্ৰদান
আদি ~ অন্ত, অনাদি
আধুনিক ~ পুৰণি
আনন্দ ~ বিষাদ, নিৰানন্দ [HSLC '02, '12]
আন্ধাৰ ~ পোহৰ
আপদ ~ নিৰাপদ
আপোন ~ পৰ
আৰম্ভ ~ শেষ
আৰোহন ~ অৱৰোহন
আৱাহন ~ বিসৰ্জন [HSLC '00, '14]
আৰ্ৱিভাৱ ~ তিৰোভাৱ, অন্তৰ্ধান [HSLC '03]
আশা ~ নিৰাশা [HSLC '13]
আশীৰ্বাদ ~ অভিশাপ [HSLC '09]
আস্তিক ~ নাস্তিক
আয় ~ ব্যয়
আয়তী ~ বিধৱা
আঁতৰ ~ ওচৰ

__________________ ই ___________________
ইচ্ছা ~ অনিচ্ছা
ইহলোক ~ পৰলোক [HSLC '09, '14]
ইষ্ট ~ অনিষ্ট

__________________ উ ___________________
উচিত ~ অনুচিত
উচ্চ ~ নীচ [HSLC '03]
উচ্ছৃঙ্খল ~ সুশৃঙ্খল
উজনি ~ নামনি [HSLC '00]
উজু ~ টান, জটিল
উত্তৰ ~ প্ৰশ্ন
উত্তম ~ নৰম, অধম
উত্তমৰ্ণ ~ অধমৰ্ণ
উত্থান ~ পতন
উদয় ~ অস্ত
উদাৰ ~ সংকীৰ্ণ
উদ্গতি ~ অৱনতি
উদং ~ ভৰ্তি
উন্নতি ~ অৱনতি [HSLC '06, '13]
উন্মুক্ত ~ অৱৰুদ্ধ
উপকাৰ ~ অপকাৰ [HSLC '99]
উপযুক্ত ~ অনুপযুক্ত
উপযোগী ~ অনুপযোগী
উপস্থিত ~ অনুপস্থিত
উৰ্বৰ ~ অনুৰ্বৰ
উৎকৃষ্ট ~ নিকৃষ্ট
উৎসাহ ~ নিৰুৎসাহ

__________________ এ __________________
এতিয়া ~ তেতিয়া
__________________ ঐ __________________
ঐক্য ~ অনৈক্য

__________________ ও __________________
ওখ ~ চাপৰ [HSLC '02, '09]
ওপৰ ~ তল
ওপৰত ~ তলত

__________________ ক __________________
ক'লা ~ বগা
ককাইদেউ ~ বাইদেউ
কঠিন ~ উজু, সহজ
কঠোৰ ~ কোমল
কনিষ্ঠ ~ জ্যেষ্ঠ [HSLC '08]
কন্দা ~ হহাঁ
কপটীয়া -- উদাৰ
কাতৰ ~ অকাতৰ
কুটিল ~ সৰল, উদাৰ
কেঁচা ~ পকা
কৃতকাৰ্য ~ অকৃতকাৰ্য
কৃতজ্ঞ ~ অকৃতজ্ঞ [HSLC '13]
কৃত্ৰিম ~ স্বাভাৱিক, অকৃত্ৰিম
কৃপণ ~ খৰচী, ধোঁলাখুলীয়া
কৃশ ~ স্থূল
কোমল ~ টান
ক্ৰন্দন ~ হাঁহি

__________________ খ ___________________
খাদ্য ~ অখাদ্য
খালী ~ ভৰ্তি
খোৱা ~ নোখোৱা

__________________ গ ___________________
গধুৰ ~ পাতল
গধূলি ~ পুৱা
গৰম ~ শীত
গৰিমল ~ মিল
গৰিষ্ঠ ~ লঘিষ্ঠ
গহীন ~ পাতল [HSLC '15]
গুচৰীয়া ~ আচামী
গুণ ~ দোষ
গুপন ~ প্ৰকাশ
গুপ্ত ~ প্ৰকাশ্য
গুৰু ~ শিষ্য
গ্ৰহণ ~ ত্যাগ, বৰ্জন [HSLC '03]

__________________ ঘ ___________________
ঘন ~ পাতল

__________________ চ ___________________
চহকী ~ দৰিদ্ৰ
চৰিত্ৰৱন্ত -- চৰিত্ৰহীন
চৰিত্ৰহীন ~ চৰিত্ৰৱান
চেতন ~ জড়, অচেতন
চুটি ~ দীঘল
চোৰ ~ সাধু

__________________ জ___________________
জটিল ~ সৰল
জপা ~ মেলা
জন্ম ~ মৃত্যু [HSLC '01]
জয় ~ পৰাজয়
জাৰ ~ জহ
জীৱন ~ মৃত্যু, মৰণ
জুটি ~ বিজুটি
জ্যেষ্ঠ ~ কনিষ্ঠ [HSLC '07]
জয় ~ পৰাজয়
জঁয় ~ সতেজ
জ্ঞাত ~ অজ্ঞাত
জ্ঞান ~ অজ্ঞানড়
জ্ঞানী ~ মূৰ্খ [HSLC '02]

__________________ ট ___________________
টান ~ উজু, ঢিলা [HSLC '14]
টেঙৰ ~ সৰল

__________________ ঠ ___________________
ঠেক ~ বহল
__________________ ড___________________
ডাঙৰ ~ সৰু
__________________ ঢ ___________________
ঢিলা ~ কঠিন

__________________ ত ___________________
তপত ~ চেঁচা, ঠাণ্ডা
তল ~ ওপৰ
তাকৰ ~ সৰহ
তিৰস্কাৰ ~ পুৰস্কাৰ
তেজী ~ লেহেম
ত্যাগ ~ গ্ৰহণ
ত্ৰুটী ~ ত্ৰুটীহীন

__________________ দ ___________________
দ' ~ বাম
দণ্ড ~ মুক্তি
দয়ালু ~ নিৰ্দয়
দাতা ~ গ্ৰহীতা
দিঠক ~ সপোন
দিন ~ ৰাতি
দীঘল ~ চুটি
দুখীয়া ~ ধনী
দুৰ্বল ~ সবল [HSLC '00]
দুৰ্বলী ~ ক্ষমতাসম্পন্ন
দূৰ ~ ওচৰ
দৃষ্টিহীন ~ দৃষ্টিক্ষম
দেনা ~ পাওনা
দেৱতা ~ দৈত্য, দানৱ
দেৱত্ব ~ পশুত্ব
দেশ ~ বিদেশ
দেশপ্ৰেম ~ দেশদ্ৰোহী
দেশহিতৈষীতা ~ দেশদ্ৰোহীতা
দেশী ~ বিদেশী
দোষ ~ গুণ, নিৰ্দোষ [HSLC '12]
দ্ৰুত ~ মন্থৰ

__________________ ধ ___________________
ধনৱন্ত ~ দৰিদ্ৰ, ধনহীন
ধনী ~ দুখীয়া
ধৰ্ম ~ অধৰ্ম
ধৈৰ্য ~ অধৈৰ্য
ধ্বংস ~ নিৰ্মাণ

__________________ ন ___________________
ন ~ পুৰণি
নতুন ~ পুৰণি
নবীন ~ প্ৰবী
নম্ৰতা ~ উগ্ৰতা
নিকৃষ্ট ~ উৎকৃষ্ট
নিন্দা ~ প্ৰশংসা, স্তুতি
নিদ্ৰা ~ জাগ্ৰত, অনিদ্ৰা, জাগৰণ
নিৰ্ভুল ~ ভুল [HSLC '07]
নিম্নোক্ত ~ উপৰোক্ত
নিষ্কৰ্মা ~ কৰ্মী
নিৰস ~ সৰস
নিৰাশা ~ আশা
নিৰানন্দ ~ আনন্দ
নিৰ্মল ~ মলিন
নিলগত ~ ওচৰত
নিশা ~ দিবা
নিষ্ঠুৰ ~ দয়ালু
নিস্তব্ধতা ~ হাহাকাৰ
নিয়ম ~ অনিয়ম
নীতিপৰায়ণ ~ অনীতিপৰায়ণ
নেদেখা ~ দেখা
ন্যায় ~ অন্যায়

__________________ প ___________________
পণ্ডিত ~ মূৰ্খ
পৰনিৰ্ভৰশীল ~ আত্মনিৰ্ভৰশীল
পৰিমিত ~ অপৰিমিত
পৰিশ্ৰমী ~ এলেহুৱা
পৰোক্ষ ~ প্ৰত্যক্ষ [HSLC '08, '10]
পৱিত্ৰ ~ অপৱিত্ৰ
পাপ ~ পুণ্য
পাহাৰ ~ সমতল
পাতল ~ ঘন
পাৰ্থক্য ~ মিল
পুণ্য ~ পাপ
পুৰণি ~ নতুন
পুৰুষ ~ মহিলা
পূব ~ পশ্চিম
পোহৰ ~ আন্ধাৰ
প্ৰচুৰ ~ অলপীয়া, অপ্ৰচুৰ
প্ৰকৃত ~ অপ্ৰকৃত
প্ৰকাণ্ড ~ সৰু, ক্ষুদ্ৰ
প্ৰখ্যাত ~ অখ্যাত
প্ৰতিকূল ~ অনুকূল
প্ৰতিবাদ ~ সমৰ্থন
প্ৰত্যক্ষ ~ পৰোক্ষ
প্ৰবীন ~ নবীন
প্ৰভু ~ ভৃত্য, চাকৰ
প্ৰৱেশ ~ প্ৰস্থান
প্ৰশংসা ~ নিন্দা [HSLC '06]
প্ৰস্থান ~ আগমন
প্ৰাকৃত ~ বিকৃত
প্ৰাচীন ~ নবীন [HSLC '03]
প্ৰাচ্য ~ পাশ্চাত্য, প্ৰতীচ্য
প্ৰৌঢ় ~ অপ্ৰৌঢ়
প্ৰয়োজনীয় ~ অপ্ৰয়োজনীয়
প্ৰাচীন ~ আধুনিক

__________________ ব ___________________
বলী ~ নিৰ্বলী
বন্ধুত্ব ~ শত্ৰুতা
বৰ্তমান ~ অবৰ্তমান
বন্ধ ~ মুক্ত
বন্ধন ~ মুক্তি
বাদী ~ বিবাদী
বাহিৰ ~ ভিতৰ
বিখ্যাত ~ অখ্যাত
বিদেশী ~ স্বদেশী
বিদ্বান ~ মূৰ্খ
বিফলতা ~ সফলতা
বিধি ~ অবিধি
বিনয় ~ উগ্ৰ, গৰ্ব, দুৰ্বিনয়
বিৰহ ~ মিলন
বিৰাম ~ অবিৰাম
বিশ্বাস ~ অবিশ্বাস [HSLC '12]
বিস্তৃত ~ সংক্ষিপ্ত
বুকু ~ পিঠি
বৃহৎ ~ ক্ষুদ্ৰ
বৈচিত্ৰ্য ~ মিল, ঐক্য
বৈধ ~ অবৈধ
বৈসাদৃশ্য ~ সাদৃশ্য

__________________ ভ ___________________
ভক্তি ~ অভক্তি
ভদ্ৰ ~ অভদ্ৰ
ভাই ~ ভনী
ভাল ~ বেয়া, মন্দ
ভুল ~ শুদ্ধ
ভূত ~ ভৱিষ্যৎ
ভৈয়াম ~ পাহাৰ
ভোটা ~ জোঙা, চোকা

__________________ ম ___________________
মান ~ অপমান
মিছা ~ সচাঁ
মিঠা ~ তিতা
মিহি ~ খহটা
মিলন ~ বিচ্ছেদ
মুকলি ~ বন্ধ
মুখ্য ~ গৌণ
মূৰ্খ ~ জ্ঞানী
মূল্যহীন ~ অমূল্য
মৃত ~ জীৱিত [HSLC '06, '10]
মৌখিক ~ লিখিত

__________________ য ___________________
যত্ন ~ অযত্ন
যশ ~ অপযশ
যোগ ~ বিয়োগ

__________________ ৰ ___________________
ৰজনী ~ প্ৰভাত
ৰজা ~ প্ৰজা
ৰূপ ~ কুৰুপ, অৰূপ
ৰূপৱতী ~ কুৎসিত

__________________ ল ___________________
লঘু ~ গুৰু
লাভ ~ লোকচান
লেহেম ~ খৰ

__________________ শ ___________________
শকত ~ খীণ, চেৰেলা
শত্ৰু ~ মিত্ৰ
শয়ন ~ জাগ্ৰত
শান্ত ~ অশান্ত
শান্তি ~ অশান্তি
শিক্ষিত ~ অশিক্ষিত
শীতল ~ গৰম
শুক্ল ~ কৃষ্ণ
শুভ ~ অশুভ
শেষ ~ আৰম্ভ
শোক ~ আনন্দ, হৰ্ষ

__________________ স ___________________
সজ     -- অসজ
সজীৱ ~ নিৰ্জীৱ
সদাচাৰ ~ কদাচাৰ, কুআচাৰ
সদয় ~ নিৰ্দয়
সধৱা ~ বিধৱা
সন্মান ~ অসন্মান, অপমান [HSLC '15]
সন্তোষ -- অসন্তোষ
সন্ধি ~ বিগ্ৰহ, বিসন্ধি
সপক্ষ ~ বিপক্ষ
সপোন ~ দিঠক
সফলতা ~ বিফলতা
সমাপ্তি ~ আৰম্ভণি
সম্পদ ~ অসম্পদ [HSLC '99]
সম্ভৱ ~ অসম্ভৱ
সৰল ~ জটিল, কুটিল
সৰহ ~ কম
সৰু ~ বৰ
সস্তা ~ মহঙা
সহযোগ ~ অসহযোগ
সহযোগিতা ~ প্ৰতিযোগিতা
সাকাৰ ~ নিৰাকাৰ
সাধু ~ দুষ্ট
সাহসিকতা ~ ভীৰুতা
সুকৃতি ~ দুষ্কৃতি
সুখ  ~ দুখ
সুখী ~ দুখী [HSLC '06]
সুখ্যাত ~ কুখ্যাত
সুগম ~ দুৰ্গম
সুন্দৰ ~ কুৎসিত, আপচু
সুপুৰুষ ~ কুপুৰুষ
সুবিধা ~ অসুবিধা
সুযোগ ~ দুৰ্যোগ
সুৰ ~ অসুৰ
সৃষ্টি ~ ধ্বংস, প্ৰলয়
সৌভাগ্য ~ দুৰ্ভাগ্য
স্বদেশী ~ বিদেশ
স্বৰ্গ ~ নৰক
স্বাৰ্থপৰ ~ নিস্বাৰ্থ
স্বাৰ্থ ~ নিস্বাৰ্থ, পৰাৰ্থ
স্বাধীন ~ পৰাধীন [HSLC '00]
স্থাৱৰ ~ অস্থাৱৰ [HSLC '99]
স্থায়ী ~ অস্থায়ী
স্থিৰ ~ অস্থিৰ, চঞ্চল
সৎ ~ অসৎ
সৎচৰিত্ৰ ~ কুচৰিত্ৰ
সংযোগ ~ বিয়োগ, বিচ্ছিন্ন
সংহতি ~ বিভেদ, বিচ্ছিন্নতা

স্তুতি ~ নিন্দা

__________________ হ ___________________
হৰণ ~ পুৰণ
হৰা ~ জিকা
হৰ্ষ ~ বিষাদ [HSLC'99]
হাঁহি ~ কান্দোন
হিত ~ অহিত
হ্ৰাস ~ বৃদ্ধি

__________________ ক্ষ __________________
ক্ষমা ~ প্ৰতিশোধ
ক্ষয় ~ অক্ষয়, বৃদ্ধি [HSLC '15]
ক্ষুদ্ৰ ~ বৃহৎ

📔 Assamese Grammar :-
        👉 বিপৰীত শব্দ
        👉 সমাৰ্থক শব্দ
        👉 সমাস
        👉 সন্ধি

📔 Hindi Grammar :
        📚 विपरीतार्थक या विलोम शब्द

📔 English Grammar :
         📚 Vocabulary (i)
         📚 Vocabulary (ii)
         📚 Preposition (i)
         📚 Preposition (ii)
         📚 Determiner (i)
         📚 Determiner (ii)
         📚 Narration (i)
         📚 Narration (ii)
         📚 Narration (ix)(i)         
         📚 Voice for class 9 (i)
         📚 Tense Form.
         📚 Synthesis/Combine Sentence (i)
         📚 Synthesis/Combine Sentence (ii)
         📚 Reading comprehension
                    1. The great advantage of
                       early ..........

     



[ বি. দ্ৰ. : নতুন " বিপৰীত শব্দ" সংযোজিত কৰি থকা হ'ব।]

Post a Comment

241 Comments

Ishaku said…
নিৰক্ষৰ
Ishaku said…
নিৰক্ষৰ
Unknown said…
Bipad,xuoni xbdo dutar biporit ki hobo plz jonabo neki..
Unknown said…
সম্পদ
অশুৱনী
Unknown said…
মূল আৰু বিপৰ্যয়
Unknown said…
ৰোগ ৰ বিপৰীত অৰ্থ কি
Unknown said…
সুশ্ৰী ৰ বিপৰীত অৰ্থ
Unknown said…
সূৰ্য
Maidul Islam said…
kusri, assamese t likibo para nai
Madhuri said…
উপদেশৰ বিপৰীত
Unknown said…
আৱিষ্কাৰ
Sanjay Rabha said…
মৰ্যাদা
Unknown said…
দূৰ্কপলিযা বিপৰীত শব্দ
Unknown said…
উৎফুল্লিত ৰ বিপৰীত অৰ্থ কি হ'ব।
Unknown said…
আৰু সু-স্বাদু
Rakesh said…
ধাউতিৰ বিপৰীত শব্দ কি?
Horeram Tanti said…
সুৰ্কপলিয়া
Horeram Tanti said…
অমৰ্যাদা
Maan heaven said…
লক্ষ্মী
Unknown said…
উজ্জল ৰ বিপৰীত শব্দ
Unknown said…
অন্ধ বিপৰীত শব্দ
Anonymous said…
সমান বিপৰীত শব্দ
Unknown said…
সুশ্ৰী
soma paul said…
আই কি হব ?
দাদা- বাইদেউ or নবৌ ?????
Unknown said…
ব্যৱহাৰ আৰু বুদ্ধিৰ বিপৰীত শব্দ কি হব?
Unknown said…
নিৰাপদ বিপৰীত শব্দ
Unknown said…
চোকা আৰু যুদ্ধ
Unknown said…
অনাথ ৰ বিপৰীত শব্দ
Unknown said…
কৃষ্ণাজুন
পৰমাণু বিপৰীতে কি হব?
Unknown said…
পুষ্টিহীনতাৰ বিপৰীত
Unknown said…
পাৰ্গত কি হব
Horeram Tanti said…
অপুষ্টিহীনতা।
Horeram Tanti said…
অব্যৱহাৰ।
Horeram Tanti said…
অনিৰাপদ।
Horeram Tanti said…
অনুজ্জল।
Unknown said…
বিচ্চেদ ৰ বিপৰীত কি হব
Unknown said…
নিৰ্মাণ
Prodip Bhumij said…
বিপৰীত শব্দ কি হব
ত্ৰুটি
অবাঞ্ছিত
অন্তৰ্মুখী
Unknown said…
প্ৰাৰ্থনা ৰ বিপৰীত শব্দ ?
Unknown said…
বিপৰীত শব্দ কি হ'ব?
গৌৰৱ
Horeram Tanti said…
neutral, achromatic and swooned.
Horeram Tanti said…
অবিচ্ছেদ্য
Horeram Tanti said…
নিৰ্ভূল, বাঞ্ছিত।
Talukder said…
Parile Assamese notes upload korok
Unknown said…
প্ৰৌঢ় বিপৰীত শব্দ -
Unknown said…
বিনয় হব নেকি।
CKnowledge said…
বহিৰ্মুখী
Unknown said…
স্ততি,সুষুপ্তি?
Unknown said…
প্ৰিয়, দিৱস , নিৰস , পশ্চিম, কুৰুপা বিপৰীত শব্দ কি ?
Unknown said…
বীৰ বিপৰীত
Unknown said…
আড়ম্বৰ,প্ৰকাশ,স্মৃতি বিপৰীত শব্দ
Unknown said…
স্তুতি-নিন্দা
Unknown said…
মূলৰ বিপৰীত শব্দ
Unknown said…
জোখ
অন্তৰ
Unknown said…
উদাৰ ৰ কি হব নো?
Unknown said…
অপুৰ্বৰ বিপৰীত শব্দ কি ?
Unknown said…
অপূৰ্বৰ বিপৰীত শব্দ কি?
Anonymous said…
পাঠক বিপৰীত শব্দ কি?
Unknown said…
গাফিলতিৰ বিপৰীত শব্দ কি
Unknown said…
ব্ৰাহ্মণ
Unknown said…
প্ৰাণ ৰ বিপৰীত শব্দ কি
VikromD said…
ত্ৰুটি বিপৰিত শব্দ কি?
Unknown said…
'চালে' বিপৰীত শব্দ কি হ'ব?
Unknown said…
'নিকা'বিপৰীত শব্দ কি ?
Unknown said…
সুৰীয়া
Horeram Tanti said…
বেসুৰা।
Horeram Tanti said…
মলিন, লেতেৰা।
Horeram Tanti said…
নিন্দা।
Horeram Tanti said…
অপ্ৰিয়।
Horeram Tanti said…
সুৰূপা।
Horeram Tanti said…
প্ৰকাশ -্অপ্ৰকাশ।
Horeram Tanti said…
স্মৃতি - বিস্মৃতি।
Horeram Tanti said…
অনূদাৰ।
Horeram Tanti said…
পাঠিকা।
Unknown said…
যুদ্ধ বিপৰীত
Unknown said…
Sir shushupti ?
Unknown said…
থলুৱা?
Unknown said…
বামুণৰ বিপৰীত শব্দ কি হ'ব plz plz jald janabo
Unknown said…
সাৰ্থক আৰু শুৱলাৰ বিপৰীত শব্দ কি হ'ব ?
Unknown said…
বিশালৰ বিপৰীত শব্দ কি হ'ব
Unknown said…
বাটৰ বিপৰীত শব্দ কি হ`ব
Unknown said…
বিনয় শব্দৰ বিপৰীত কি হব?
Unknown said…
পণ্ডিতালি শব্দৰ বিপৰীত শব্দ কি
Unknown said…
আলোকৰ বিপৰীত শব্দ কি

Horeram Tanti said…
এন্ধাৰ।
Unknown said…
তৎক্ষণাৎ বিপৰীত কি হবে
Unknown said…
বাট ৰ বিপৰীত অৰ্থ কি
Unknown said…
Sukan r biporit ki hobo?
Rumurba said…
"মূল" শব্দৰ বিপৰীত শব্দটো কি?
Unknown said…
Mul r biporit xobdo ki?
Unknown said…
আলোক ৰ বিপৰীত শব্দ কি হব
Unknown said…
গাফিলতি,ভীৰু বিপৰীত কি হব
Unknown said…
Sir khoi deokk aarombor
Unknown said…
Sir khoi deokk aarombor
Unknown said…
আড়ম্বৰ অথ' কি ছাৰ
Unknown said…
ৰান্ধনী শব্দৰ অৰ্থ কি
Unknown said…
bissedr biporit ki hbo
Unknown said…
Anathor biporit ki hbo
~cb~ Chimpee said…
নিষ্প্ৰাণ
abani said…
বন্দনা শব্দৰ
বিপৰীত শব্দ
Unknown said…
মৰম বিপৰীত শব্দ কি হব
Unknown said…
গান বিপৰীত শব্দ কি হব sir
Unknown said…
সুমতি
Khyati Vyas said…
What is the opposite of ekeloge
Unknown said…
গাফিলতি ৰ বিপৰীত শব্দ কি
Unknown said…
স্তুতি ৰ বিপৰীত শব্দ কি
Unknown said…
"প্ৰাৰ্দুভাব"ৰ বিপৰীত শব্দ কি?
Shree said…
প্ৰত্যাহাৰ
Shree said…
প্ৰত্যাহাৰৰ বিপৰীত শব্দ
Unknown said…
উন্নতি
Unknown said…
ব্যাকুল
Unknown said…
অপূর্ব
Unknown said…
নিৰ্মাণ
Anonymous said…
অসূয়া ৰ বিপৰীত কি হ'ব ?
Unknown said…
পাৰ্গতৰ বিপৰীতাৰ্থক শব্দ।
Unknown said…
জুই বিপৰীত শব্দ
Unknown said…
Namal Choudhury love you baby
Unknown said…
আলোক ৰ বিপৰীত শব্দ কি হ'ব?
Unknown said…
Goponor biporit ortho ki..
Unknown said…
পাৰ্গত ৰ বিপৰীত কি হব
Pranami said…
বিপৰীত শব্দ বামুণ কি হব?
Sarma Ritu said…
কীৰ্ত্তন শব্দৰ বিপৰীত কি হ'ব‌‌
Unknown said…
আমদানি বিপৰীত শব্দ কি হ'ব
Horeram Tanti said…
ৰপ্তানি।
Horeram Tanti said…
নিন্দা।
Horeram Tanti said…
অবামুণ।
Horeram Tanti said…
অপাৰ্গত।
Horeram Tanti said…
প্ৰকাশ।
Horeram Tanti said…
Don't post such unnecessary things.. Thanks
Horeram Tanti said…
এন্ধাৰ।
Horeram Tanti said…
অপাৰ্গত।
Unknown said…
প্ৰখৰ শব্দৰ বিপৰীত শব্দ কি বাৰু
Unknown said…
বিস্তৃত, সুষুপ্তি
Unknown said…
সুষুপ্তি
Unknown said…
সুসুপ্তি আৰু স্ততিৰ বিপৰীত শব্দ কি?
Unknown said…
husupti and stuti biporit hbdobkinu sir ?

Unknown said…
বৈচিত্ৰ্য
Horeram Tanti said…
What kind of help, let me know.
Pinayi said…
Sir সুষুপ্তি
Unknown said…
পুত্ৰ ,শিষ্য,
Unknown said…
Hii please subscribe to my YouTube channel "hiren dutta studio" Please
Unknown said…
স্তুতি শব্দৰ বিপৰীত.?
Unknown said…
Dear sir please use interserver as a hosting platform so that student will get better view and you will have least expense
1 – 200 of 241 Newer Newest