বেমাৰ হোৱাৰ বাবে প্ৰধান শিক্ষকলৈ ছুটি বিচাৰি দৰ্খাস্ত

প্ৰতি
    মাননীয় প্ৰধান শিক্ষক মহোদয়।
    (স্কুলৰ নাম)
    ডাক : (স্কুলৰ ডাকঘৰৰ নাম)

বিষয় : ছুটি বিচাৰি দৰ্খাস্ত।

মহাশয়,

    সম্মান সহকাৰে মহোদয়ক জনাওঁ যে, মোৰ (বেমাৰৰ নাম) হোৱাৰ বাবে মই শ্ৰেণীত উপস্থিত থাকিবৰ বাবে অসমৰ্থ হৈছোঁ।

    গতিকে, দয়ালু মহোদয়ে দয়া কৰি দুই বা চাৰি পিয়দৰ পিছত মোৰ ছুটি মঞ্জুৰ কৰে যেন।

    এইয়ে মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা।

                                             ইতি,
                            আপোনাৰ একান্ত বাধ্য ছাত্ৰ
                      (নিজৰ নাম, শ্ৰেণী, শাখা, ৰোলনং)

Post a Comment

0 Comments