Class 10 || Social Science || Political Science || Lesson 2. আন্তৰ্জাতিক সংস্থা - ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

H.S.L.C. পৰীক্ষাৰ প্ৰশ্নসমূহ




A. বহুবিকল্পী তথা অতি চমু প্রশ্নাৱলী: মূল্যাংক: 1
(i) ইউনেস্ক'ৰ মুখ্য কার্যালয় অৱস্থিত ---
[HSLC '09]
(a) জেনেভাত
(b) ৰোমত
(c) নিউ ইয়র্কত
(d) পেৰিছত।
উত্তৰ: (d) পেৰিছত।

(ii) নিৰাপত্তা পৰিষদ হ'ল - [HSLC '11]
(a) আন্তর্জাতিক মুদ্রা নিধিৰ এটা গুৰুত্বপূৰ্ণ অংগ
(b) ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূর্ণ অংগ
(c) বিশ্ব বাণিজ্য সংস্থাৰ এটা গুৰত্বপূর্ণ অংগ
(d) আন্তর্জাতিক ন্যায়ালয়ৰ এটা গুৰুত্বপূৰ্ণ অংগ।
উত্তৰ: (b) ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূর্ণ অংগ

(iii) ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত মানৱ অধিকাৰ আয়োগ গঠন হৈছিল- [HSLC '13]
(a) 1945
(b) 1946
(c) 1919
(d) 1993
উত্তৰ: (b) 1946

(iv) কোনটো দিন বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়? [HSLC '14,'17]|
(a) 24 অক্টোবৰ
(b) 27 ছেপ্টেম্বৰ |
(c) 5 জুন
(d) 10 ডিচেম্বৰ!
উত্তৰ: (d) 10 ডিচেম্বৰ!

(v) আন্তর্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা হ'ল- [HSLC '16,'17]]
(a) ৯ জন
(b) ১১ জন
(c) ১৫ জন
(d) ৫ জন
উত্তৰ: (c) ১৫ জন

(vi) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা হ'ল পাঁচ (৫)। তাৰে চাৰিখন সদস্য ৰাষ্ট্ৰ হ'ল আমেৰিকা। যুক্তৰাষ্ট্র, গ্রেট ব্রিটেইন, ফ্রান্স, চীন। পঞ্চমখন স্থায়ী সদস্য ৰাষ্ট্ৰ হৈছে- [HSLC '23]
(a) ভাৰত
(b) ৰাছিয়া
(c) নেপাল
(d) পাকিস্তান
উত্তৰ: (b) ৰাছিয়া

(vii) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা-!
(a) 3
(b) 4
(c) 5
(d) 6
উত্তৰ: (c) 5

(viii) মানৱ অধিকাৰ সংৰক্ষণ আইন গৃহীত কৰা হয়-
(a) 1993 চনত
(c) 1942 চনত
(b) 1946 চনত
(d) 1950 চনত।
উত্তৰ: (a) 1993 চনত

(ix) বিশ্ব-শান্তি ৰক্ষার্থে গঠন হোৱা প্রথম অনুষ্ঠানটো হ'ল-
(a) ৰাষ্ট্ৰসংঘ
(b) জাতিসংঘ
(c) ৰে'ডক্রছ
(d) নিৰাপত্তা পৰিষদ।
উত্তৰ: (b) জাতিসংঘ

(x) প্ৰথম মহাসমৰ আৰম্ভ হৈছিল-
(a) 1914 চনত
(b) 1919 চনত
(c) 1939 চনত
(d) 1945 চনত
উত্তৰ: (a) 1914 চনত

(xi) জাতিসংঘ প্রতিষ্ঠা হৈছিল-
(a) 1919 চনত
(b) 1920 চনত
(c) 1921 চনত
(d) 1945 চনত।
উত্তৰ: (d) 1945 চনত।

(xii) দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল-
(a) 1939 চনত
(b) 1942 চনত
(c) 1914 চনত
(d) 1945 চনত।
উত্তৰ: (a) 1939 চনত

(xiii) ৰাষ্ট্ৰসংঘৰ চনদ বলবৎ হয়-
(a) 1950 চনৰ 26 জানুৱাৰীত
(b) 1945 চনৰ 24 অক্টোবৰ
(c) 1950 চনৰ 24 অক্টোবৰত
(d) 1920 চনৰ 10 জানুৱাৰীত
উত্তৰ: (b) 1945 চনৰ 24 অক্টোবৰ

(xiv) ৰাষ্ট্ৰসংঘৰ চনদত থকা অনুচ্ছেদৰ সংখ্যা-
(a) 395 টা
(b) 295 টা
(c) 111 টা
(d) 211 টা।
উত্তৰ: (c) 111 টা

(xv) ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগবিলাকৰ মুঠ সংখ্যা হৈছে-
(a) 3
(b) 5
(c) 6
(d) 25
উত্তৰ: (c) 6

(xvi) অর্থনৈতিক আৰু সামাজিক পৰিষদৰ মুঠ সদস্য সংখ্যা হৈছে-
(a) 18
(b) 27
(c) 15
(d) 20
উত্তৰ: (a) 18

(xvii) আন্তর্জাতিক শিশু কল্যাণ অনুষ্ঠানটোৰ নাম হ'ল—
(a) UNESCO
(b) UNICEF
(c) ILO
(d) IMF
উত্তৰ: (b) UNICEF

(xviii) নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ মুঠ সংখ্যা-
(a) 10
(b) 5
(c) 15
(d) 27
উত্তৰ: (a) 10

(xix) নিৰাপত্তা পৰিষদৰ মুঠ সদস্য সংখ্যা হৈছে-
(a) 10 জন
(b) 15 জন
(c) 20 জন
(d) 25 জন
উত্তৰ: (b) 15 জন

(xx) আন্তর্জাতিক ন্যায়ালয়ৰ প্ৰধান কাৰ্যালয় অৱস্থিত-
(a) ৰোমত
(b) নিউয়র্কত
(c) ডি. হেগত
(d) জেনেভাত।
উত্তৰ: (c) ডি. হেগত

(xxi) ৰাষ্ট্ৰসংঘৰ সচিবালয় আছে-
(a) জেনেভাত
(b) লণ্ডনত
(c) নিউয়র্কত
(d) পেৰিছত
উত্তৰ: (c) নিউয়র্কত

(xxii) ভেট' প্ৰয়োগৰ ক্ষমতা আছে-
(a) আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ
(b) নিৰাপত্তা পৰিষদ-
(c) সাধাৰণ সভাৰ
(d) ন্যাসৰক্ষী পৰিষদৰ।
উত্তৰ: (b) নিৰাপত্তা পৰিষদ-

(xxiii) আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ বিচাৰপতিৰ কাৰ্যকাল হ'ল-
(a) 5 বছৰ
(b) 9 বছৰ
(c) 7 বছৰ
(d) 10 বছৰ
উত্তৰ: (b) 9 বছৰ

(xxiv) ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন:
(a) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ'ব লাগিব।
(b) উচ্চ ন্যায়ালয়েৰ মুখ্য ন্যায়াধীশ হ'ব লাগিব।
(c) উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব।
(d) উচ্চ ন্যায়ালয়ৰ  প্ৰাক্তন  মুখ্য ন্যায়াধীশ হ'ব লাগিব।
উত্তৰ: (c) উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব।

(xxv) বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান কাৰ্যালয় অৱস্থিত-
(a) জেনেভা চহৰত
(b) ডি. হেগ চহৰত
(c) ৱাশ্বিংটন 
(d) ৰোম নগৰত।
উত্তৰ: (a) জেনেভা চহৰত

(xxvi) খাদ্য আৰু কৃষি সংস্থাৰ প্ৰধান কাৰ্যালয় আছিল-
(a) ৱাশ্বিংটন
(b) ৰোম নগৰত
(c) পেৰিচ চহৰত
(d) জেনেভা চহৰত।
উত্তৰ: (b) ৰোম নগৰত

(xxvii) মানৱ অধিকাৰ আয়োগ গঠন হৈছিল-
(a) 1946 চনত
(b) 1945 চনত
(c) 1920 চনত
(d) 1942 চনত
উত্তৰ: (a) 1946 চনত

(xxviii) 'মানৱ অধিকাৰৰ আন্তর্জাতিক ঘোষণা পত্র গ্রহণ কন হয়-
(a) 24 অক্টোবৰত
(b) 10 ডিচেম্বৰত
(c) 7 জুলাইত
(d) 5 ছেপ্তেম্বৰত।
উত্তৰ: (b) 10 ডিচেম্বৰত

(xxix) 1993 চনৰ মানৱ অধিকাৰ সংৰক্ষণ আইনৰ বিধেয়কখনে ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰে-
(a) 1950 চনৰ 26 জানুৱাৰী তাৰিখে
(b) 1949 চনৰ 26 নৱেম্বৰ তাৰিখে
(c) 1994 চনৰ ৪ জানুৱাৰী তাৰিখে
(d) 1945 চনৰ 24 অক্টোবৰ তাৰিখে।
উত্তৰ: (c) 1994 চনৰ ৪ জানুৱাৰী তাৰিখে

Post a Comment

0 Comments