Class 10 | English Textbook। First Flight । Lesson 1. A Letter To God প্ৰশ্ন উত্তৰ

Page No. 5

Oral Comprehension Check
1. What did Lencho hope for ?
    (হোৱাট ডিড লেঞ্চ' হ'প ফ'ৰ?)
    লেঙ্কৌয়ে কি আশা কৰিছিল?
Ans : Lencho hoped that there would be a good shower of rain for his crop.
          (লেঙ্কৌ' হ'পড ডেট ডেয়াৰ ওড বি এ গুড শ্বাৱাৰ অফ ৰেইন ফৰ হিজ ক্ৰপ।)
         লেঙ্কৌ'য়ে তেওঁৰ শস্যৰ বাবে এজাক প্ৰচুৰ বৰষুণৰ  আশা কৰিছিল।

2. Why did Lencho say the raindrops were like "new coins" ?
    (হোৱাই ডিড লেঙ্কৌ' ছে দ্যা ৰেইনড্ৰপচ ওৱেৰ লাইক " নিউ কইনচ")
    বৰষুণৰ টোপালবোৰক লেঞ্চ'ৱে কিয় নতুন মুদ্ৰাৰ নিচিনা বুলি কৈছিল ?
Ans : Lencho hoped that these drops of rain would give him a good crop and then he would have a rich store of corn for his family. That was why he called the raindrops "new coins"
          (লেঞ্চ' হ'পড ডেড দিছ ড্ৰপচ অফ ৰেইন ওড গিভ হিম এ গুড ক্ৰপ এণ্ড ডেন হি ওড হেভ এ ৰিচ্ছ স্টৰ অফ কৰ্ণ ফৰ হিজ ফেমিলী। ডেড ৱাজ হোৱাই হি কল্ড দা ৰেইনড্ৰপচ "নিউ কইন"।)
         লেঞ্চ'ৱে আশা কৰিছিল এই বৰষুণৰটোপালবোৰে তাক প্ৰচুৰ শস্য দিব। তাতে তাৰ পৰিয়ালৰ বাবে এক মজবুত শস্যৰ ভঁৰাল হব। সেই বাবেই লেঞ্চ'ৱে বৰষুণৰটোপালবোৰক নতুন মুদ্ৰাৰ নিচিনা বুলি কৈছিল।

3. How did the rain change? What happened to Lencho's field?।
    (হাও ডিড দা ৰেইন চেঞ্চ? হোৱাট হেপেণ্ড টু লেঞ্চ'চ ফিল্ড?)
    বৰষুণ কিদৰে সলনি হৈছিল? লেঞ্চৰ পথাৰখনত কি ঘটিছিল?
Ans : The rain was pouring down. But suddenly, a strong wind began to blow and very large hailstons began to fall along with the rain.
          (দা ৰেইন প'ৰিং ডাৱন। বাট চাডেনলি, এ স্ট্ৰং উইণ্ড বিগান টু ব্ল' এণ্ড ভে'ৰ-ই লাৰ্জ হেইলস্টনচ বিগান টু ফল উইথ দা ৰেইন)
         বৰষুণ পৰিছিল। কিন্তু হঠাতে, জোৰেৰে এজাক বতাহ আহিল আৰু বৰষুণৰ লগত ডাঙৰ শিল বৰষুণ হবলৈ ধৰিলে
          The hail rained on the valley for an hour, because of which Lencho's fields were destroyed. There was not a single leaf left on the trees and the flowers were gone from the plants. The corn was completely destroyed.
          ( দা হেইল ৰেইন্ড অন দা ভেলি ফৰ এন আৱাৰ, বিকজ অফ উইচ্ছ লেঞ্চ'চ ফিল্ডচ ৱেৰ ডেচট্ৰয়ড। ডেয়াৰ ৱাজ নট এ চিংগল লিফ লেফ্ট অন দা ট্ৰীচ এণ্ড দা ফ্লাৱাৰচ ৱেৰ গন ফ্ৰম দা প্লানটচ. দা কৰ্ণ ৱাজ কমপ্লীটলি.)
          এঘণ্টা জুৰি শিলবোৰ উপত্যকাটোত পৰিল। যাৰ ফলত লেঞ্চৰ পথাৰখন নষ্ট হৈছিল। গছবোৰত এটাও পাত বাকী নাছিল। গছবোৰৰ পৰা ফুলবোৰ নোহোৱা হৈ গৈছিল। শস্যৰ খেতি সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছিল।
       
        

4. What were Lencho's feelings when the hail stopped?
    (হোৱাট ৱেৰ লেঞ্চ'চ ফিলিংচ হোৱেন দা হেইল স্টপড?)
    শিলবৰষুণ শেষ হোৱাৰ পিছত, লেঞ্চৰ অনুভতিবোৰ কি আছিল?
Ans : When the hail stopped, Lencho's soul was filled with sadness. He looked around at his fields and said even a plaque of locusts would have left more than what was left after the hailstorm. He said that they would have no corn that year and they would go hungry. He was full of sorrow.
          (হোৱেন দা হেইল স্টপড, লেঞ্চ'চ চৌল ৱাজ ফিল্ড উইথ চেডনেচ. হি লুকড এৰাউণ্ড এট হিজ ফিল্ডচ এণ্ড চেড ছেইড ঈভন এ প্লেক অফ লকাষ্টচ ওড হেভ লেফ্ট মৰ ডেন হোৱাট ৱাজ লেফ্ট মৰ ডেন হোৱাট ৱাজ লেফ্ট আফটাৰ দা হেইলস্ট্ৰম। হি চেইড ডেট ডে ওড হেভ নৌ কৰ্ণ ডেট ইয়েৰ এণ্ড ডে ওড গৌ হাংগ্ৰী। হি ৱাজ ফুল অফ চাৰৌ।)
          শিলবৰষুণ শেষ হোৱাত, লেঞ্চৰ মন উদাসীনতাৰে ভৰি পৰিল। সি পথাৰৰখনৰ চাৰিওফালে চাই পঠিয়ালে আৰু কলে যে শিলবৰষুণৰ পিছত যি এৰা গৈছে, এজাক ফৰিঙেও তাতকৈ কিছু বেছি এৰি থৈ গ'লহেতেন। সি কলে যে সেই বছৰ সিহঁতৰ কোনো শস্য নাথাকিব আৰু সিহঁত ভোকত থাকিব। সি দুখেৰে ভৰি পৰিছিল। 

Page No. 6

1. Who or what did Lencho have faith in? What did he do?
    (হো অৰ হোৱাট ডিড লেঞ্চ হেভ ফেইথ ইন? হোৱাট ডিড হি ডু?)
    কাৰ ওপৰত বা কিহত লেঞ্চৰ বিশ্বাস আছিল?
Ans : Lencho had faith in God. He had been instructed that God's eyes see everything even what is deep in one's conscience.
          ( লেঞ্চ হেড ফেইথ ইন গড. হি হেড বিন ইন্স্ট্ৰাকটেড ডেট গডচ্ আইচ চি এভৰিথিং ইভেন হোৱাট ইজ ডিপ ইন ওৱান্চ কন্-শ্বাইন্চ.)
          ঈশ্বৰত লেঙ্কৰ বিশ্বাস আছিল। তেওঁক শিক্ষা দিয়া হৈছিল যে ঈশ্বৰৰ চকুৱে সকলো চায় আনকি এজনৰ গভীৰ মনত থকাটোকো।
        Therefore, he wrote a letter to God expressing his need for a hundred pesos so that he could sow his field again and live until the crop grew again.
          ( ডেয়াৰফৰ, হি ৰট এ লেটাৰ টু গড এক্সপ্ৰেচিং হিজ নিড ফৰ এ হান্ড্ৰেড পেচচ চৌ ডেট হি কুড চৌ হিজ ফিল্ড এগেন এন্ড লিভ আনটিল দা ক্ৰপ গ্ৰিউ এগেইন.)
          সেইবাবে, তেওঁ ঈশ্বৰলৈ প্ৰকাশ কৰি এখন চিঠি লিখিছিল যে তেওঁৰ এশ পেচচৰ দৰকাৰ হৈছে, যাতে তেওঁ পুনৰায় পথাৰখন সিঁচিব পাৰে, আৰু শস্য নোহোৱা পৰ্য্যন্ত জীয়াই থাকিব পাৰে।

2. Who read the letter?
    ( হো ৰিড দা লেটাৰ?)
    চিঠিখন কোনে পঢ়িছিল?
Ans : When the postman saw that the letter was addressed to God, he laughed and took the letter to the postmaster, who then read it.
          (হোৱেন দা পষ্টমেন চৌ ডেট দা লেটাৰ ৱাজ এড্ৰেচড টু গড, হি লাফড এন্ড টোক দা টু দা পষ্টমাষ্টাৰ, হো ডেন ৰিড ইট.)
          যেতিয়া ডাকৱালাজনে চালে, চিঠিখন ঈশ্বৰলৈ সম্বোধন কৰা হৈছে, তেওঁ হাঁহিছিল আৰু চিঠিখন ভাৰপ্ৰাপ্ত কৰ্মচাৰীৰ ওচৰলৈ লৈ গৈছিল, যি জনে চিঠিখন পঢ়িছিল।

3. What did the postmaster do then?
    ( হোৱাট ডিড দা পষ্টমাষ্টাৰ ডু ডেন?)
    তেতিয়া ,ভাৰপ্ৰাপ্ত কৰ্মচাৰীজনে কি কৰিছিল?
Ans : In order to keep the writer's faith in God alive, the postmaster decided to answer the letter. When he read that Lencho needed hundred pesos, he asked for money from his employees. He himself gave a part of his salary. He could not gather the entire money, but managed to send Lencho a little more than half the money. He put the money in an envelope addressed to Lencho and signed it ' God.'
          ( ইন অডাৰ টু কিপ দা ৰাইটাৰ ফেইথ ইন গড এলাইভ, দা পোষ্টমাষ্টাৰ ডিচাইডেড টু আনচাৰ দা লেটাৰ। হোৱেন হি ৰিড ডেড লেঞ্চ নিডেড হান্ড্ৰেড পেচচ, হি আক্সড ফৰ মনি ফ্ৰম হিজ ইমপ্লইচ। হি হিমচেল্ফ গেভ এ পাৰ্ট অফ হিজ চেলেৰি। হি কুড নট গেডাৰ দা এনটায়াৰ মনি, বাট মেনেজড টু চেন্ড লেঞ্চ এ লিটিল মৰ ডেন হাফ দা মনি। হি পুট দা মনি ইন এন এনভেলেপ এড্ৰেচড টু লেঞ্চ এন্ড চাইন্ড ইট গড।)
          ঈশ্বৰত লেখকৰ বিশ্বাসক সজীৱ কৰি ৰাখিবৰ বাবে, ভাৰপ্ৰাপ্ত কৰ্মচাৰীজনে চিঠিখনৰ উত্তৰ দিবলৈ সিন্ধান্ত লৈছিল। লেঞ্চৰ এশ পেচচৰ দৰকাৰ হৈছে যেতিয়া পঢ়িলে, সি তাৰ কৰ্মচাৰীৰ পৰা টকা খুজিছিল। আনকি সি নিজে তাৰ দৰমহাৰ এটা অংশ দিছিল। সি গোটেইখিনি টকা সংগ্ৰহ কৰিব নোৱাৰিলে, কিন্তু আধাতকৈ বেছি টকা লেঞ্চলৈ পঠিয়াইছিল। সি টকাখিনি লেঞ্চলৈ লিখা এখন লেফাফাত ভৰাইছিল আৰু "ঈশ্বৰ" এই নামেৰে চহী কৰিছিল।

Page No. 7
Oral Comprehension Check
1. Was Lencho surprised to find a letter for him with money in it?
    (ৱাজ লেঙ্কৌ চাৰপ্ৰাইজড টু চি এ লেটাৰ ফৰ হিম উইথ মনি ইন ইট?)
    লেঙ্কৌয়ে চিঠি এখনৰ সতে টকা পাই আচৰিত হৈছিলনে?
Ans : No, Lencho was not at all surprised to see the letter from God with money inside it. His confidence and faith was such that he had expected that reply from God.
          (ন, লেঙ্কৌ ৱাজ নট এট অল চাৰপ্ৰাইজড টু চি দা লেটাৰ ফ্ৰম গড উইথ মনি ইনচাইড ইট। হিজ কনফিডেন্স এণ্ড ফেইথ ৱাজ চাচ্ছ ডেট হি হেড এক্সপেক্টেড ডেট ৰিপ্লাই ফ্ৰম গড।)
          নাই, লেঙ্কৌয়ে চিঠি এখনৰ সতে টকা চাই অকণো আচৰিত হোৱা নাছিল। ঈশ্বৰত তাৰ ভাৰসা আৰু বিশ্বাস ইমানেই গভীৰ আছিল যে তেওঁ ঈশ্বৰৰ পৰা সেই উত্তৰটো আশা কৰিছিল।

2. What made him angry?
    (হোৱাট মেড হিম এংগ্ৰী?)
    কিহে তাৰ খং তুলিছিল?
Ans : He got angry when he counted the money. There were only twenty pesos in the envelope. He was confident that God could neither make a mistake nor deny him what he had requested. Therefore, he concluded that the post office employees must have taken the remaining thirty pesos.
          (হি গড এংগ্ৰী হোৱেন হি কাউণ্টেড দা মনি। ডেয়াৰ ৱেৰ অনলি চেভেন্টি পেজচ ইন দা এনভেলপ। হি ৱাজ কনফিডেণ্ট ডেট গড কুড নাইদাৰ মেক এ মিচটেক নৰ ডিনাই হিম হোৱাট হি হেড ৰিকোৱেষ্টেড। ডেয়াৰফৰ, হি কনক্লুডেড ডেট দা পষ্ট অফিচ এমপ্লয়িচ মাষ্ট হেভ টেকেন দা ৰিমেইনিং থাৰ্টি পেজচ।)
          টকাখিনি গণনা কৰোঁতে তাৰ খং উঠিছিল। খামটোত মাত্ৰ সত্তৰ পেচচহে আছিল। সি আত্মবিশ্বাসী আছিল যে ঈশ্বৰে ভুল কৰিব নোৱাৰে নাইবা তেওঁ বিচৰামতে ধন দিবলৈও অমান্তি হ'ব নোৱাৰে। সেয়েহে, সি ধৰি লৈছিল যে বাকী ত্ৰিছ পেচচ ডাকঘৰৰ কৰ্মচাৰীয়ে লৈছে।

Thinking about the Text
1. Who does Lencho have complete faith in? Which sentences in the story tell you this?
    (হু ডাজ লেঙ্কৌ হেভ কমপ্লিট ফেইথ ইন? হুইজ চেনটেন্সেচ ইন দা স্টৰী টেল ইউ দিচ?)
    লেঙ্কৌৰ কিহত সম্পূৰ্ণ বিশ্বাস আছে?
কাহিনীৰ কোনবিলাক বাক্যই এই বিষয়ে কয়?
Ans : Lencho does have complete faith in God. The sentences in the story that show this are as follows:
          (লেঙ্কৌ ডাজ হেভ কমপ্লিট ফেইথ ইন গড। দা চেনটেণ্সেচ ইন দা স্টৰী ডেট চৌ দিচ আৰ এজ ফলৌচ:)
          লেঙ্কৌৰ ঈশ্বৰত অগাধ বিশ্বাস আছে। কাহিনীৰ এই বিষয়ে কোৱা কথাবোৰ তলত দিয়া ধৰণৰ:
          (i) But in the heart of all who lived in that solitary house in the middle of the valley, there was a single hope: help from God.
          (বাট ইন দা হাৰ্ট অফ অল হু।লিভড ইন ডেট চলিটেৰী হাউচ মিডল অফ দা ভেলী, ডেয়াৰ ৱাজ এ চিঙ্গল হপ: হেল্প ফ্ৰম গড।)
            কিন্তু উপত্যকাটোৰ মাজত থকা, একমাত্ৰ ঘৰটোত বাস কৰা আটাইৰে হৃদয়ত এটাই মাত্ৰ আশা; ঈশ্বৰৰ সহায়।
          (ii) All through the night, Lencho thought only of his one hope: the help of God, whose eyes, as he had been instructed, see everything, even what is deep in one's conscience.
          (অল থ্ৰো দা নাইট, লেঙ্কৌ থট অনলি অফ হিজ ওৱান হপ: দা হেল্প অফ গড, হুজ আইচ, এজ হি হেড বিন ইন্সট্ৰাকটেড, চি এভৰীথিং, ইভেন হোৱাট ইজ ডিপ ইন ওৱানচ কনচাইণ্স।)
          ওৰেটো ৰাতি লেঙ্কৌৱে মাত্ৰ একেটা আশাৰ কথাই ভাবিলে সেইয়া হ'ল ঈশ্বৰৰ সহায়। তেওঁক শিকোৱা অনুসৰি ঈশ্বৰে সকলো দেখা পায়। আনকি মানুহৰ হৃদয়ৰ গভীৰতাত থকা বিবেককো দেখা পায়।
          (iii) He wrote 'To God' on the envelope, put the letter inside and still troubled, went to town.
          (হি ৰট "টু গড",অন দা এনভেলপ, পুট দা লেটাৰ ইনচাইড এণ্ড স্টীল ট্ৰাবলড, ৱেন্ট টু টাৱন।)
          খামটোৰ ওপৰত "প্ৰতি ঈশ্বৰ" বুলি ঠিকনা লিখিলে আৰু চিঠিখনৰ খামটোত ভৰাই অশান্ত মনেৰে চহৰলৈ গ'ল।
          (iv) "God" he wrote, "if you don't help me, my family and I will go hungry this year.
          "গড" হি ৰট, "ইফ ইউ ডণ্ট হেল্প মি, মাই ফেমিলী এণ্ড আই ৱিল গ হাংগ্ৰী দিচ য়েৰ।
          তেওঁ লিখিছিল, হে প্ৰভু, আপুনি মোক সহায় নকৰিলে মই আৰু মোৰ পৰিয়ালবৰ্গ এই বছৰ লঘোণে কটাব লাগিব।
          (v) God could not have made a mistake, nor could he have denied Lencho what he had requested.
          গড কুড নট হেভ মেড এ মিচটেক, নৰ কুড হি হেভ ডিনাইড লেঙ্কৌ হোৱাট হি হেড ৰিকোৱেষ্টেড।
          ঈশ্বৰে ভুল কৰিব নোৱাৰে নাইবা লেঙ্কৌৱে বিচৰা মতে ধন দিবলৈও অমান্তি হ'ব নোৱাৰে।
          (vi) It said: "God: Of the money that I asked for. "
          ইট চেড: " গড: অফ দা মনি ডেট আই আক্সড ফৰ।"
          চিঠিখনত লিখা আছিল:" হে প্ৰভু, মই বিচৰা টকাৰ"

2. Why does the postmaster send money to Lencho? Why does he sign the letter 'God,"?
    (হোৱাই ডাজ দা পষ্টমাষ্টৰ চেন্ড মনি টু লেঙ্কৌ? হোৱাই ডাজ হি চাইন দা লেটাৰ "গড,"?
    ডাকবিষয়াজনে লেঙ্কৌলৈ কিয় টকা পঠিয়াই? সি চিঠিখনত "ঈশ্বৰ" বুলি কিয় চহী কৰে?
Ans : The postmaster sent money to Lencho in order to keep Lencho's faith alive. He turned serious when he read the letter and wished he had the same faith in God. Even after he saw that Lencho had requested for money, he stuck to his resolution of answering the letter. He gathered as much money as he could and sent it to Lencho. He signed it "God," so that Lencho's faith would not get shaken.
          (দা পষ্টমাস্টাৰ চেণ্ট মনি টু লেঙ্কৌ ইন অৰ্ডাৰ টু কিপ লেঙ্কৌচ ফেইথ এলাইভ। হি টাৰ্নড চিৰিয়াচ হোৱেন হি ৰেড দা লেটাৰ এণ্ড উইচ্ড হি হেড দা চেম ফেইথ ইন গড। ইভেন আফটাৰ হি চৌ ডেট লেঙ্কৌ হেড ৰিকোৱেষ্টেড ফৰ মনি, হি স্টাক টু হিজ ৰেয-অল-ঊশ্বন অফ আনচাৰিং  দা লেটাৰ। হি গেডাৰড এজ মাচ্ছ মনি এজ হি কুড এণ্ড চেণ্ট ইট টু লেঙ্কৌ। হি চাইণ্ড ইট "গড" চৌ ডেট লেঙ্কৌচ ফেইথ উড নট গেট চেকেন।)
          লেঙ্কৌৰ বিশ্বাসখিনি বৰ্তাই ৰাখিবৰ বাবেই ডাকবিষয়াজনে লেঙ্কৌলৈ টকা পঠিয়াইছিল। তেওঁ চিঠিখন পঢ়ি গভীৰ হৈ পৰিছিল আৰু ইচ্ছা কৰিছিল ঈশ্বৰত তেওঁৰো সেই একে বিশ্বাস হোৱা হলে। লেঙ্কৌৱে টকা বিচৰা কথাটো জনাৰ পিছতো, তেওঁ তাৰ সিদ্ধানত অটল হৈ আছিল। তেওঁ যিমান সম্ভৱ টকা গোটাইছিল আৰু লেঙ্কৌলৈ পঠিয়াইছিল। তেওঁ "ঈশ্বৰ" বুলি তাত চহী কৰিছিল, যাতে লেঙ্কৌৰ বিশ্বাস নলৰে।

3. Did Lencho try to find out who had sent the money to him? Why/why not?
    ডিড লেঙ্কৌ ট্ৰাই টু ফাইণ্ড আউট হু হেড চেণ্ট দা মনি টু হিম? হোৱাই/হোৱাই নট?
     লেঙ্কৌৱে টকাখিনি কোনে পঠিয়াইছিল বিচাৰি উলিয়াবৰ চেষ্টা কৰিছিল নে? কিয়/ কিয় নহয়?
Ans: No, Lencho never tried to find out who had sent the money. This is because he never suspected that it could be anybody else other than God who would send him the money. His faith in God was so strong that he believed the God had sent him the money.
          (নৌ লেঙ্কৌ নেভাৰ টু ফাইণ্ড আউট হু হেড চেণ্ট দা মনি। দিচ ইজ বিকজ হি নেভাৰ চাচপেক্টেড ডেট ইট কুড বি এনিবডি এল্চ, আদাৰ ডেন গড হু ওড চেন্ড হিম দা মনি। হিজ ফেইথ ইন গড ৱাজ চৌ স্ট্ৰংগ ডেট হি বিলিভড দা গড হেড চেণ্ট হিম দা মনি।)
          নাই, লেঙ্কৌৱে টকাখিনি কোনে পঠিয়াইছিল কেতিয়াই বিচাৰি উলিয়াবৰ চেষ্টা কৰা নাছিল। কাৰণ সি কেতিয়াও সন্দেহ কৰা নাছিল যে তেওঁক টকা পঠিওঁতাজনা ঈশ্বৰৰ বাদে কোনো হ'ব নোৱাৰে।  ঈশ্বৰত তাৰ ভাৰসা ইমানেই গভীৰ আছিল যে তেওঁ বিশ্বাস কৰিছিল টকাখিনি ঈশ্বৰে পঠিয়াইছিল।

4. Who does Lencho think has taken the rest of the money? What is the irony in the situation?
    (হু ডাজ লেঙ্কৌ থিংক হেজ টেকেন দা ৰেষ্ট অফ দা মনি ? হোৱাট ইজ দা আইৰণি ইন দা চিটুৱেশ্বন ?)
    বাকী টকাখিনি কোনে লৈছে বুলি লেঙ্কৌৱে ভাবে ? পৰিস্থিতিটোত বেপৰীত্য কি ?
Ans: Lencho thought that the post office employees had taken the rest of the money. The irony of the situation was that the employees whom he called a 'bunch of crooks' and suspected of taking some of the money were the same people who had contributed and sent him the money in the first place.
          (লেঙ্কৌ থট ডেট দা পষ্ট অফিচ ইমপ্লয়িচ হেড টেকেন দা ৰেষ্ট অফ দা মনি। দা আইৰনি অফ দা চিটুৱেশ্বন ৱাজ ডেট দা ইমপ্লয়িচ হুম কল্ড হি কল্ড এ 'বাঞ্চ অফ ক্ৰুকচ' এণ্ড চাচপেক্টেড অফ টেকিং চম অফ দা মনি ৱেৰ দা চেম পিপল হু হেড কন্ট্ৰিবিউটেড এণ্ড চেণ্ট হিম দা মনি ইন দা ফাৰ্ষ্ট প্লেচ।)
          লেঙ্কৌৱে ভাবিছিল যে ডাকঘৰৰ কৰ্মচাৰীয়ে বাকী টকাখিনি লৈছে। পৰিস্থিতিটোৰ বৈপৰিত্য কথাটো আছিল যে  যাক তেওঁ 'এদম বদমাচ লোক' বুলি কৈছিল আৰু সন্দেহ কৰিছিল যে টকাখিনিৰ কিছু অংশ লৈছে সেই লোকসকলেই বৰঙণি আগবঢ়াইছিল আৰু প্ৰথম অৱস্থাত তেওঁক টকা পঠিয়াইছিল।

✒️ এটি অনুৰোধ : যদি ১ নম্বৰৰ প্ৰশ্ন  কেনেবাকৈ বাদ পৰিছে, তেনেহলে মন্তব্য হিচাবে তলত পঠিয়াবলৈ অনুৰোধ থাকিল। ধন্যবাদ।

✒️ एक अनुरोध : अगर दुर्भाग्यवश १ अंक का कोई भी प्रश्न का उत्तर नही दिया गया है, तो कृपया भेजना का कष्ट करे। धन्यवाद।

✒️ A REQUEST : Here I request you to send the questions bearing 1 mark as a comment which has not been answered or left unknowingly. Thanks.

অন্যান্য শিক্ষামূলক প্ৰৱন্ধসমূহ :

      ✒️ ৬ টা উপায়েৰে ধুনীয়া হাতৰ আখৰ 
            তোমাৰো হ'ব পাৰে।
      ✒️ ৬ টা উপায় দীঘলীয়া উত্তৰ সহজে মূখস্থ
           কৰাৰ।

Assamese Grammar :-
         বিপৰীত শব্দ
              (SEBA QUESTION BANK 2019)

         সমাৰ্থক শব্দ
              (SEBA QUESTION BANK 2019)

         সমাস
              (SEBA QUESTION BANK 2019)

         সন্ধি
              (SEBA QUESTION BANK 2019)

         এটা শব্দত প্ৰকাশ কৰা।
              (SEBA QUESTION BANK 2019)

         ৭০ টা এটা শব্দত প্ৰকাশ কৰা

         খণ্ডবাক্য আৰু জতুৱা ঠাঁচ।
             (SEBA QUESTION BANK 2019)

         বাক্য পৰিবৰ্তন।
             (SEBA QUESTION BANK 2019)

Hindi Grammar :
          विपरीतार्थक या विलोम शब्द

English Grammar For Class 9 :
           Voice.
           Narration.

English Grammar For Class 10:
          Vocabulary (i)
          Vocabulary (ii)
               (SEBA QUESTION BANK 2019)

          Preposition (i)
          Preposition (ii)
               (SEBA QUESTION BANK 2019)
          160 Preposition with teaching

          Determiner (i)
          Determiner (ii)
               (SEBA QUESTION BANK 2019)

          Narration (i)
          Narration (ii)
               (SEBA QUESTION BANK 2019)

          Tense Form.
               (SEBA QUESTION BANK 2019)

          Translation
              (Assamese to English)
              (SEBA QUESTION BANK 2019)

          Verb Phrase (Making Sentences)
               (SEBA QUESTION BANK 2019)

          Synthesis/Combine Sentence (i)
          Synthesis/Combine Sentence (ii)
          Reading comprehension
                    1. The great advantage of
                       early ..........

         

        
   
   

Post a Comment

3 Comments

Unknown said…
Well job. This site is very valuable for assamese medium students. Wish u all the best..
Rjjjj said…
Thanx sir ... a lots of student will be helped by these answers
Very good. ..plz upload all lessons answer ...nd everything