Class 10 || Science || Lesson 6. জীৱন প্ৰক্ৰিয়াসমূহ Life Processes (55 MCQ)




Multiple Choice Questions (MCQ) & Answers [Mark: 1 each]
1. মানুহৰ দেহত তলত দিয়া কোনটো অংগত হিম'গ্লবিন ভাঙি বিলিকবিন আৰু বিলিভাৰডিন গঠন হয়?
(a) অস্ত্র
(b) হাওঁফাওঁ
(c) যকৃত
(d) প্লীহা
উত্তৰ: (c) যকৃত

2. মানুহৰ বৃক্ক দুটা কোনটো অংশৰ
(a) পৰিপুষ্টি
(b) শ্বসন
(c) ৰেচন
(d) পৰিবহন
উত্তৰ: (c) ৰেচন

3. উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল-
(a) পানীৰ পৰিবহন
(b) খাদ্যৰ পৰিবহন
(c) এমিন' এছিডৰ পৰিবহন
(d) অক্সিজেনৰ পৰিবহন
উত্তৰ: (a) পানীৰ পৰিবহন

4. স্বপোষীয় পৰিপুষ্টিত প্রয়োজন হয়-
(a) কার্বন ডাই অক্সাইড আৰু পানী
(b) পত্ৰহৰিৎ
(c) সূর্যৰ পোহৰ
(d) ওপৰৰ আটাইকেইটা।
উত্তৰ: (d) ওপৰৰ আটাইকেইটা

5. পাহৰুভেট অণু ভাঙি কার্বনডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্রিয়াটো সম্পাদিত হয়-
(a) চাইট'প্লাজমত
(b) মাইট'কন্ড্রিয়াত
(c) ক্ল'ৰপ্লাষ্টত
(d) কোষকেন্দ্রত
উত্তৰঃ (b) মাইট'কন্ড্রিয়াত

6. পাচন নলীৰ কোনটো অংশই যকৃতৰ পৰা পিত্ত গ্রহণ কৰে
(a) ইচ'ফেগাচ
(b) পাকস্থলী
(c) বৃহদান্ত্র
(d) ক্ষুদ্রান্ত্র।
উত্তৰ: (d) ক্ষুদ্রান্ত

7. সেউজীয়া উদ্ভিদৰ পুষ্টি 
(a) স্বপোষিত
(b) পৰপোষিত
(c) পূর্ণগ্রাসী
(d) স্ব-পোষিত পুষ্টি
উত্তৰ: (d) স্ব-পোষিত পুষ্টি

8. প্ৰাণীৰ পুষ্টি
(a) স্বপোষিত
(b) পৰপোষিত
(c) পূর্ণগ্রাসী
(d) মৃতজীৱী পোষী পুষ্টি
উত্তৰঃ (b) পৰপোষিত

9. কার্বহাইড্রেট এবিধ -
(a) দেহগঠনকাৰী
(b) দেহসংৰক্ষক দ্ৰব্য
(c) শক্তি উৎপাদনকাৰী
(d) এটাও নহয়
উত্তৰঃ (c) শক্তি উৎপাদনকাৰী

10. কোনবিধ বিপাক কার্য নিয়ন্ত্রিত কৰা পুষ্টিদ্রব্য? 
(b) স্নেহদ্রব্য
(a) কার্ব'হাইড্রেট
(c) ভিটামিন
(d) প্র'টিন
উত্তৰ: (c) ভিটামিন


11. ____ এবিধ এক শৰ্কৰা।
(a) গ্লুক'জ
(b) চুক্র'জ
(c) মাল্ট'জ
(d) এটাও নহয়
উত্তৰ: (a) গ্লুক'জ

12. কেৱল গাখীৰত পোৱা এক শৰ্কৰাৰ নাম __
(a) গ্লুক'জ
(b) ফুক্ট'জ
(c) গেলেক্ট'জ
(d) মাল্ট'জ
উত্তৰ: (c) গেলেক্ট'জ

13. কোনবিধ প্রাণীত পোৱা অথচ উদ্ভিদত নোপোৱা শৰ্কৰা?
(a) গ্লুক'জ
(b) ফুই'জ
(c) মাল্ট'জ
(d) গেলেক্ট'জ
উত্তৰ: (d) গেলেক্ট'জ

14. উদ্ভিদ দেহৰ পৰিবহণত কি কলা জড়িত?
(a) কেৱল জাইলেম
(b) কেৱল ফ্ল'ৱেম
(c) জাইলেম আৰু ফ্ল'ৱেম
(d) এবিধো নহয়
উত্তৰ: (c) জাইলেম আৰু ফ্ল'ৱেম।

15. প্ৰাণী দেহৰ যি তন্ত্ৰৰ দ্বাৰা খাদ্যদ্ৰব্য আৰু অক্সিজেন কলাকোষবোৰক যোগান ধৰা হয়, সেই তন্ত্রটোৰ নাম-
(a) পৌষ্টিক তন্ত্র
(b) পৰিবহণ তন্ত্র
(c) ৰেচন তন্ত্র
(d) শ্বসন তন্ত্র
উত্তৰঃ (b) পৰিবহণ তন্ত্র।

16. পাচন নলীৰ কোনটো অংশত খাদ্যৰ সম্পূর্ণ পাচন ঘটে-
(a) মুখ গহ্বৰ
(b) ক্ষুদ্রান্ত
(c) বৃহদন্ত্র
(d) পাকস্থলী।
উত্তৰ: (b) ক্ষুদ্রান্ত

17. সবাত শ্বসনৰ বাবে তলৰ কোনটো ক্রম শুদ্ধ-
(a) গ্লুক'জ চাইট'প্লাজম পাইৰুভেট শক্তি মাইট'কন্দ্রিয়া CO₂+H₂O + শক্তি
(b) গ্লুক'জ চাইট 'প্লাজম পাইৰুভেট শক্তি মাইট'কন্দ্রিয়া CO₂+H₂O
(c) মুক'জ চাইট'প্লাজম পাইৰুভেট মাইট'কন্দ্রিয়া CO₂+H₂O + শক্তি
(d) গ্লুক'জ মাইট 'কন্দ্রিয়া পাইৰুভেট চাইট'প্লাজম CO₂+H₂O + শক্তি
উত্তৰঃ (b) গ্লুক'জ চাইট 'প্লাজম পাইৰুভেট + মাইট' কন্দ্রিয়া CO₂+H₂O + শক্তি

18. তলৰ কোনটো আমাৰ শৰীৰৰ শুদ্ধ মূত্র পথ- 
(a) বৃক্ক → মূত্রবাহী নলী → মূত্রথলী → মূত্রজনন নলী
(b) বৃক্ক → মূত্রবাহী নলী → মূত্রজনন নলী → মূত্রথলী
(c) বৃক্ক → মূত্রথলী → মূত্রজনন নলী → মুত্রবাহী নলী
(d) মূত্রথলী → বৃক্ক → মূত্রবাহী নলী → মূত্রজনন নলী
উত্তৰ: (a) বৃক্ক → মূত্রবাহী নলী → মূত্রথলী → মূত্রজনন নলী

19. পত্ৰৰন্ধ্ৰক আগুৰি ৰখা কোষক ____ বুলি জনা যায় --
(a) চাবচিডিয়েৰী কোষ
(b) অধিচ্ছদীয় কোষ
(c) ৰক্ষী কোষ
(d) ট্রাইক'ম
উত্তৰ: (c) ৰক্ষী কোষ

20. সালোক সংশ্লেষণৰ কোনটো ক্রমত অক্সিজেন গেছৰ উৎপত্তি হয়
(a) ক্রেব চক্র
(b) তিমিৰ বিক্রিয়া
(c) আলোক বিক্রিয়া
(d) কেলভিন চক্র।
উত্তৰ: (c) আলোক বিক্রিয়া।

21. চিষ্টেমিক ধমনীয়েদি মানুহৰ হৃদপিণ্ডৰ কোনটো কোঠালিৰপৰা তেজ ওলায় যায়?
(a) সোঁ অলিন্দ
(b) সোঁ নিলয়
(c) বাওঁ অলিন্দ
(d) বাওঁ নিলয়
উত্তৰ: (d) বাওঁ নিলয়।

22. মানুহৰ হৃদপিণ্ডৰ কোনটো কোঠালিত অশুদ্ধ তেজ থাকে?
(a) সোঁ অলিন্দ
(b) সোঁ নিলয়
(c) বাওঁ অলিন্দ
(d) (b) আৰু (c) দুয়োটাই
উত্তৰ: (a) সোঁ অলিন্দ।

23. মানুহৰ তেজৰ প্লাজমা আৰু বক্তকণাৰ অনুপাত-
(a) 50%: 50%
(b) 60% 40%
(c) 55% 45%
(d) 45%: 55
উত্তৰ: (c) 55%: 45%

24. তলত দিয়া অংগসমূহৰ কোনটো অংগই এম'নিয়াক ইউৰিয়ালৈ পৰিৱর্তন কৰে-
(a) হাওঁফাওঁ
(b) যকৃত
(c) অস্ত্র
(d) প্লীহা
উত্তৰ: (b) যকৃত।

25. বৃক্কৰ ভিতৰৰ কেন্দ্ৰীয় অংশৰ নাম-
(a) কর্টেক্স
(b) মেডুলা
(c) হাইলাছ
(d) বেনেল কৰপাছক'ল
উত্তৰ: (b) মেডুলা

26. বৃক্ক গঠনৰ প্ৰাথমিক একক হ'ল-
(a) নেফ্রন
(b) মেডুলা
(c) কর্টেক্স
(d) ব'মেনৰ সম্পুট
উত্তৰ: (a) নেফ্রন

27. তেজৰপৰা বৰ্জিত পদাৰ্থবোৰ নেফ্ৰনৰ নিম্নলিখিত কোন অংশত পৰিস্ৰাৱণ হয়?
(a) গ্ল'মেৰুলাছ
(b) দূৰৱৰ্তী নলিকা
(c) ব'মেনৰ সম্পুট
(d) হেল্লীৰ লুপ
উত্তৰ: (a) গ্ল'মেৰুলাছ

28. এজন প্রাপ্তবয়স্ক মানুহৰ দুয়োটা বৃক্কৰ দ্বাৰা এদিনত কিমান লিটাৰ তৰল পদাৰ্থ পৰিস্ৰাৱণ হয়?
(a) 180 লিটাৰ
(b) 2 লিটাৰ
(c) 1.5 লিটাৰ
(d) 100 লিটাৰ
উত্তৰ: (a) 180 লিটাৰ

29. মিট্রেল ভাল্ভ ক'ত থাকে?
(a) সোঁ আৰু বাওঁ অলিন্দৰ মাজত
(b) সোঁ আৰু বাওঁ নিলয়ৰ মাজত
(c) সোঁ অলিন্দ-নিলয়ৰ মাজত
(d) বাওঁ অলিন্দ-নিলয়ৰ মাজত
উত্তৰ: (d) বাওঁ অলিন্দ-নিলয়ৰ মাজত।

30. তলত দিয়া কোনটো শ্বেতকণাই এন্টিব'ডি সৃষ্টি কৰে?
(a) নিউট্র'ফিল
(b) লিম্ফ'চাইট
(c) মন'টাইট
(d) বেছ'ফিল
উত্তৰ: (b) লিম্ফ'চাইট।

31. কোনবিধ যৌগই আমাৰ দেহত এণ্টিব'ডি গঠন কৰে?
(a) কার্বহাইড্রেট
(b) প্র'টিন
(c) লিপিড
(d) এটাও নহয়
উত্তৰ: (b) প্ৰ'টিন

32. কোনবিধ খাদ্যৰ উপাদানৰ অণুত আটাইতকৈ বেছি শক্তি নিহিত থাকে?
(a) কার্বহাইড্রেট
(b) প্র'টিন
(c) স্নেহদ্রব্য
(d) এটাও নহয়
উত্তৰ: (a) কাৰ্ব'হাইড্রেটত

33. কোনবিধ আন্ত্ৰিক ৰসত থকা পাচক উৎসেচক?
(a) পেপছিন
(b) ৰেনিন
(c) ইৰেপছিন
(d) ট্রিপছিন
উত্তৰ:(c) ইৰেপছিন

34. যদি এজোপা সেউজীয়া উদ্ভিদক আন্ধাৰত ৰখা হয়, কি ঘটিব?
(a) সালোক সংশ্লেষণ বন্ধ হ'ব।
(b) সালোক সংশ্লেষণ বৃদ্ধি হ'ব।
(c) সালোক সংশ্লেষণ চলি থাকিব।
(d) সালোক সংশ্লেষণ মন্থৰ হ'ব।
উত্তৰ: (a) সালোক সংশ্লেষণ বন্ধ হ'ব।

35. ক্রেব চক্র সংঘটিত হয়-
(a) ৰাইব'জ'ম
(b) কোষ প্রৰস
(c) ক্লৰ'প্লাষ্ট
(d) মাইট'কন্দ্রিয়া।
উত্তৰ: d) মাইট'কন্দ্রিয়া।

36. মাইট'কন্দ্রিয়াক ____ বুলি কোৱা হয়।
(a) শ্বাসমিটাৰ
(b) পট'মিটাৰ
(c) মেন'মিটাৰ
(d) কোষৰ শক্তিৰ ভঁৰাল
উত্তৰ: (d) কোষৰ শক্তিৰ ভঁৰাল।

37. শ্বসনত CO, গেছ শৰীৰৰ বাহিৰত ওলায় বুলি প্ৰমাণ কৰাৰ বাবে এজন ছাত্রই তলৰ কোনবিধক ব্যৱহাৰ কৰিব-
(a) এলক'হল
(b) আয়'ডিন দ্ৰৱ
(c) KOH দ্রব
(d) চূণ পানী।
উত্তৰ: (d) চূণ পানী।

38. তলৰ কোনটোত চাৰিটা কোঠালীযুক্ত হৃদপিণ্ড পোৱা যায়?
(a) উভচৰ
(b) সৰীসৃপ
(c) চৰাই আৰু স্তন্যপায়ী প্রাণী
(d) মৎস্য
উত্তৰ: (c) চৰাই আৰু স্তন্যপায়ী প্রাণী

39. নেফ্রনৰ পিয়লা আকৃতিৰ প্রথম অংশটোক ____ বোলে।
(a) বৌমেন কেপচুল
(b) গ্ল'মেৰুলাছ
(c) পিৰামিড
(d) নেফ্র'ষ্ট'ম
উত্তৰ: (a) বৌমেন কেপচুল

40. মানুহৰ বৃক্কত উৎপাদিত মূত্র গ্ল'মেৰুলাছত অস্থায়ীভাবে সঞ্চিত হয়
(a) গ্ল'মেৰুলাছ
(b) মুত্রথলী
(c) মূত্রজনন নলী
(d) মূত্রবাহী নলী
উত্তৰঃ (b) মুত্রথলী।

41. বৃক্কই কাৰ্য কৰিবলৈ অক্ষম হ'লে, তাৰ পৰিবৰ্তে ব্যৱহাৰ কৰা পদ্ধতিক- বোলে।
(a) ডায়ালাইচিছ
(b) হৃদচক্র
(c) ইলেক্টকার্ডিঅ'গ্রাফ
(d) আসৃতি নিয়ন্ত্রণ
উত্তৰ: (a) ডায়ালাইচিছ

42. কোনবিধ উৎসেচক অগ্ন্যাশয় ৰসত পোৱা যায়?
(a) এমাইলপচিন
(b) ইৰেছিন
(c) পেচিন
(d) এটাও নহয়
উত্তৰ: (a) এমাইলপচিন।

43. এমিবাৰ পাচন
(a) বহিঃকোষীয়
(b) আন্তঃকোষীয়
(c) অন্তর্কোষীয়
(d) এটাও নহয়।
উত্তৰ: (c) অন্তকোষীয়।

44. লালটিত থকা কোনবিধ উৎসেচকে অণুজীৱ ধ্বংস কৰে -
(a) মিউচিন
(b) এমাইলেজ
(c) টায়ালিন
(d) লাইছ'জাইম।
উত্তৰঃ (d) লাইছ'জাইম।

45. ৰোমন্থক প্ৰাণীৰ পাকস্থলীত ___ টা কোঠালী থাকে।
(a) 1 টা
(b) 3 টা
(c) 2 টা
(d) 4 টা।
উত্তৰ: (d) 4 টা।

46. তলৰ কোনবিধ উপাদানৰে উৎসেচক গঠিত হয়
(a) প্র'টিন
(b) শৰ্কৰা
(c) চর্বী
(d) ভিটামিন।
উত্তৰ: (a) প্র'টিন

47. সালোক সংশ্লেষণ প্রক্রিয়াত O₂ নির্গত হয়-
(a) আলোক বিক্রিয়া দশাত
(b) তিমিৰ বিক্রিয়া দশাত
(c) কেলভিন চক্রত
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (৪) আলোক বিক্রিয়া দশাত

48. প্ৰাণীৰ শ্বসন প্ৰক্ৰিয়াৰ হাৰৰ তুলনাত উদ্ভিদৰ শ্বাসন প্রক্রিয়া
(a) মন্থৰ
(b) খৰতকীয়া
(c) এটাও নহয়
উত্তৰঃ (b) খৰতকীয়া।

49. বৃক্ষ জাতীয় উক্তিৰ কাণ্ডই শ্বসনৰ বাবে প্রয়োজনীয় O₂ বায়ুমণ্ডলৰ পৰা কিহৰ দ্বাৰা আহৰণ কৰে
(a) বাতৰন্ধ্ৰ
(b) পত্রৰন্ধ্ৰ
(c) ৰন্ধ্ৰবাত
(d) হৰিৎকণা
উত্তৰঃ (c) ৰন্ধ্ৰবাত।

50. কোষীয় শ্বসন প্রক্রিয়াত উৎপন্ন শক্তি সঞ্চয় কৰি ৰখা জৈৱ যৌগটো হ'ল-
(a) জেস্থফিল
(b) ATP
(c) TPA
(d) PTI
উত্তৰঃ (b) ATP

51. কোষীয় শ্বসন প্রক্রিয়া কোষৰ কোনটো কোষ অংগাণুত সংঘটিত হয়
(a) হৰিৎকণা
(b) মাইট'কন্ড্রিয়া
(c) লাইছ'জম
(d) ৰসধানী
উত্তৰঃ (b) মাইট'কন্ড্রিয়া।

52. উদ্ভিদৰ শ্বসন কেৱল
(a) দিনতহে ঘটে
(b) ৰাতিহে ঘটে
(c) দিন আৰু ৰাতি উভয় কালতে ঘটে
(d) বৰষুণৰ বতৰতহে ঘটে
উত্তৰঃ (c) দিন আৰু ৰতি উভয় কালতে ঘটে।

53. তলৰ কোনবিধ পাচক ৰসত উৎসেচক নাথাকে 
(a) লালটি
(c) জঠৰ ৰস
(b) পিত্তৰস
(d) অগ্নাশয় ৰস।
উত্তৰঃ (b) পিত্তৰস।

54. নীল সেউজ শেলাই আৰু ৰঙা শেলাইত পোৱা সালোক সংশ্লেষণকাৰী ৰঞ্জক পদার্থবিধ হ'ল-
(a) ফাইক'লিজ
(b) ফাইক'বিলিন
(c) ফাইক'মাইচিচ
(d) জেন্থ'ফিল
উত্তৰ: (a) ফাইক'বিলিন

55. সৌৰ ৰশ্মিৰ ফ'ট'ন কণাত নিহিত হৈ থকা শক্তি হ'ল-
(a) কোর্বাক
(b) কোৱান্টাম
(c) কেৰ'টিন
(d) কোষীয় শক্তি
উত্তৰ: (b) কোৱান্টাম

 অন্যান্য শিক্ষামূলক প্ৰৱন্ধসমূহ :

      ✒️ ৬ টা উপায়েৰে ধুনীয়া হাতৰ আখৰ 
            তোমাৰো হ'ব পাৰে।
      ✒️ ৬ টা উপায় দীঘলীয়া উত্তৰ সহজে মূখস্থ
           কৰাৰ।

 Assamese Grammar :-
         বিপৰীত শব্দ
              (SEBA QUESTION BANK 2019)

         সমাৰ্থক শব্দ
              (SEBA QUESTION BANK 2019)

         সমাস
              (SEBA QUESTION BANK 2019)

         সন্ধি
              (SEBA QUESTION BANK 2019)

         এটা শব্দত প্ৰকাশ কৰা।
              (SEBA QUESTION BANK 2019)

         ৭০ টা এটা শব্দত প্ৰকাশ কৰা

         খণ্ডবাক্য আৰু জতুৱা ঠাঁচ।
             (SEBA QUESTION BANK 2019)

         বাক্য পৰিবৰ্তন।
             (SEBA QUESTION BANK 2019)

 Hindi Grammar :
          विपरीतार्थक या विलोम शब्द

 English Grammar For Class 9 :
           Voice.
           Narration.

 English Grammar For Class 10:
          Vocabulary (i)
          Vocabulary (ii)
               (SEBA QUESTION BANK 2019)

          Preposition (i)
          Preposition (ii)
               (SEBA QUESTION BANK 2019)
          160 Preposition with teaching

          Determiner (i)
          Determiner (ii)
               (SEBA QUESTION BANK 2019)

          Narration (i)
          Narration (ii)
               (SEBA QUESTION BANK 2019)             

          Tense Form.
               (SEBA QUESTION BANK 2019)

          Translation
              (Assamese to English)
              (SEBA QUESTION BANK 2019)

          Verb Phrase (Making Sentences)
               (SEBA QUESTION BANK 2019)

          Synthesis/Combine Sentence (i)
          Synthesis/Combine Sentence (ii)
          Reading comprehension
                    1. The great advantage of
                       early ..........




Post a Comment

0 Comments