Class 10 || Social Science || History || Lesson 1. বংগ বিভাজন আৰু স্বদেশী আন্দোলন (68 MCQ)

Multiple Choice Questions (MCQ) & Answers [Mark:1 each]

1. বংগভংগ বিৰোধী আন্দোলনত গৌৰময় ভূমিকা পালন কৰা পত্রিকা 'সন্ধ্যা'ৰ সেই সময়ত সম্পাদক আছিল
(A) ব্রহ্মবান্ধব উপাধ্যায়
(B) ৰবীন্দ্ৰনাথ ঠাকুৰ
(C) অবনীন্দ্ৰনাথ ঠাকুৰ
(D) ৰজনীকান্ত সেন
উত্তৰ: (A) ব্ৰহ্মবান্ধব উপাধ্যায়

2. অম্বিকাগিৰীয়ে ৰচনা কৰা বিদ্রোহাত্মক নাটকখনৰ নাম।
(A) 'তেজস্বিনী'
(B) 'ভাৰত মাতা'
(C) 'বন্দিনী ভাৰত'
(D) 'জয় ভাৰত মাতা'
উত্তৰ: (C) 'বন্দিনী ভাৰত'

3. "শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব"- কথাষাৰ কাৰ?
(A) ডেভিদ স্কটৰ
(B) ৰবাৰ্ট ক্লাইভৰ
(C) মহাৰাণী ভিক্টোৰীয়াৰ
(D) লর্ড কার্জনৰ
উত্তৰ: (D) লর্ড কার্জনৰ




4. বংগ বিভাজন ভাইচৰয় ৰ শাসনকালত সংঘটিত হৈছিল।
(A) লর্ড মিল্টো
(B) লর্ড মাউণ্ট বেটেন
(C) লর্ড নেথানিয়েল কার্জন
(D) লর্ড আৰউইন
উত্তৰ: (C) লর্ড নেথানিয়েল কার্জন

5. ঢাকা, চট্টগ্রাম আৰু ৰাজশাহী- এই তিনিটা 2 সংমণ্ডলৰ সৰ্বমুঠ -এলেকা অসমৰ লগত সংলগ্ন কৰি 'পূর্ব বংগ আৰু অসম' নামৰ প্রদেশখন গঠন কৰা হৈছিল।
(A) ১,০২,৩৪০ বর্গমাইল।
(B) ১,০৬,৫৪০ বর্গ মাইল
(C) ১,০৭,০৪০ বর্গমাইল।
(D) ১,০৮,৬৪০ বর্গমাইল।
উত্তৰ: (B) ১,০৬,৫৪০ বর্গ মাইল

6. ১৯০৬ খ্রীষ্টাব্দত কলিকতাত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ দ্বাবিংশতিতম অধিবেশনৰ সভাপতি পদৰ কাৰণে চৰমপন্থী নেতা বাল গংগাধৰ তিলকৰ নাম কোনে প্রস্তাৱ কৰে?
(A) লালা লাজপত ৰায়ে
(B) অশ্বিনীকুমাৰ দত্তই
(C) বিপিন চন্দ্র পালে
(D) সুভাষ চন্দ্র বসুবে
উত্তৰ: (C) বিপিন চন্দ্র পালে

7. ১৯০৬ খ্রীষ্টাব্দৰ ২১ নৱেম্বৰ তাৰিখে কলিকতাত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ দ্বাবিংশতিতম অধিবেশনৰ সভাপতি পদ কোনে অলংকৃত কৰে?
(A) দাদাভাই নৌৰজী
(B) বিপিন চন্দ্র পাল
(C) গোপালকৃষ্ণ গোখলে
(D) লালা লাজপত ৰায়
উত্তৰ: (A) দাদাভাই নৌৰজী

8. জাতীয় কংগ্ৰেছৰ কোনখন মঞ্চত পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয়ৰ বাবে 'স্বৰাজ' বিচাৰি প্ৰস্তাৱ গ্রহণ কৰা হয়?
(A) ১৯০৫ খ্ৰীষ্টাব্দৰ মাদ্রাজত অনুষ্ঠিত অধিবেশনত
(B) ১৯০৬ খ্ৰীষ্টাব্দৰ বোম্বাইত অনুষ্ঠিত অধিবেশনত
(C) ১৯০৭ খ্রীষ্টাব্দৰ নাগপুৰত অনুষ্ঠিত অধিবেশনত
(D) ১৯০৬ খ্ৰীষ্টাব্দৰ কলিকতাত অনুষ্ঠিত অধিবেশনত
উত্তৰ : (D) ১৯০৬ খ্ৰীষ্টাব্দৰ কলিকতাত অনুষ্ঠিত অধিবেশনত।

9. 'বন্দিনী ভাৰত' নামৰ নাটকখনৰ ৰচক কোন?
(A) গিৰীশ ঘোষ
(B) অম্বিকাগিৰি ৰায়চৌধুৰী
(C) অমৃতলাল বসু
(D) অমৰেন্দ্ৰ নাথ দত্ত
উত্তৰ: (B) অম্বিকাগিৰি ৰায়চৌধুৰী

10. বংগ বিভাজনক কেন্দ্ৰ কৰি কেতিয়া জাতীয় কংগ্ৰেছৰ মাজত বিভাজন ঘটিছিল-
(A) ১৯০৪ চনত
(B) ১৯০৫ চনত
(C) ১৯০৬ চনত
(D) ১৯০৭ চনত
উত্তৰ: (D) ১৯০৭ চনত


11. বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল-
(A) ১৯১০ খ্রীষ্টাব্দৰ ২২ ডিচেম্বৰ
(B) ১৯১১ খ্ৰীষ্টাব্দৰ ১২ ডিচেম্বৰ
(C) ১৯১২ খ্রীষ্টাব্দৰ ২ ডিচেম্বৰ
(D) ১৯১৩ খ্ৰীষ্টাব্দৰ ২২ ডিচেম্বৰ
উত্তৰ: (B) ১৯১১ খ্রীষ্টাব্দৰ ১২ ডিচেম্বৰ

12. বংগ বিভাজনৰ অন্তর্নিহিত উদ্দেশ্য কি আছিল?
(A) শাসনৰ সুবিধাৰ বাবে
(B) ভাৰতক ব্ৰিটিছে স্বাধীনতা নিদিয়াৰ বাবে
(C) ঐক্যবদ্ধ বংগশক্তিক দ্বিখণ্ডিত কৰা
(D) এটাও নহয়।
উত্তৰ: (C) ঐক্যবদ্ধ বংগশক্তিক দ্বিখণ্ডিত কৰা

13. বংগ বিভাজনবিৰোধী আন্দোলনে 'স্বদেশী আন্দোলন' নাম কিয় পাইছিল-
(A) কেৱল স্বদেশৰ লোকে কৰা আন্দোলন বাবে
(B) বিদেশী সামগ্রী বৰ্জন কৰাৰ লগতে সকলোবে দেশীয়ভাবে দ্রব্য প্রস্তুত কৰা আৰু ব্যৱহাৰ কৰা বাবে
(C) ব্রিটিছে বংগ বিভাজন কৰি স্বদেশী নামটো ব্যৱহাৰ কৰিবলৈ নির্দেশ দিয়াৰ বাবে
(D) ওপৰৰ এটাও নহয়।
উত্তৰ: (B) বিদেশী সামগ্রী বৰ্জন কৰাৰ লগতে সকলোবে দেশীয়ভাবে দ্রব্য প্রস্তুত কৰা আৰু ব্যৱহাৰ কৰা বাবে।

14. বংগ ভংগৰ ফলশ্রুতিত অসমৰ ৰাজধানী ৰপৰা ঢাকালৈ স্থানান্তৰিত হৈছিল।
(A) গুৱাহাটীৰ পৰা
(B) কলিকতাৰ পৰা
(C) চট্টগ্রামৰ পৰা
(D) এটাও নহয়।
উত্তৰ: (B) শ্বিলঙৰপৰা ।

15. ____ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত কৰা ঘোষণা মর্মে বংগদেশ পুনৰ একত্রীকৰণ হয়।
(A) ১৯১০ খ্রীষ্টাব্দৰ ২২ ডিচেম্বৰ
(B) ১৯১১ খ্ৰীষ্টাব্দৰ ১২ ডিচেম্বৰ
(C) ১৯১২ খ্রীষ্টাব্দৰ ২ ডিচেম্বৰ
(D) ১৯১৩ খ্ৰীষ্টাব্দৰ ২২ ডিচেম্বৰ
উত্তৰ: (B) ১৯১১ খ্রীষ্টাব্দৰ ১২ ডিচেম্বৰ

16. ১৯১১ খ্রীষ্টাব্দৰ ১২ ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত কৰা ঘোষণা মর্মে অসম প্ৰদেশৰ ৰাজধানী ——লৈ স্থানান্তৰিত হয়।
(A) গুৱাহাটী
(B) কলিকতা
(C) শ্বিলং
(D) এটাও নহয়।
উত্তৰ:‌ (C) শ্বিলং

17. চিপাহী বিদ্ৰোহৰ সংঘটিত হয়-
(A) ১৬৫৭ খ্রিষ্টাব্দত
(B) ১৭৫৭ খ্রিষ্টাব্দত
(C) ১৮৫৭ খ্রিষ্টাব্দত
(D) ১৮৫৮ খ্রিষ্টাব্দত
উত্তৰ: (C) ১৮৫৭ খ্রিষ্টাব্দত

18. বংগদেশত 'জাতীয় শিক্ষা পৰিষদ' নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?
(A) ১৯০২ চনৰ ৫ আগষ্টত
(B) ১৯০৩ চনৰ ২৬ আগষ্টত
(C) ১৯০৪ চনৰ ১৫ আগষ্টত
(D) ১৯০৬ চনৰ ১১ মার্চত
উত্তৰ: (D) ১৯০৬ চনৰ ১১ মাৰ্চত

19. 'বেংগল কেমিকেলছ' নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্রধান উদ্যোক্তা কোন আছিল?
(A) জামছেদজী টাটা
(B) আচার্য প্রফুল্ল বায়
(C) নীলৰতন চৰকাৰ
(D) ভূপেন্দ্রনাথ দত্ত
উত্তৰ: (B) আচার্য প্রফুল্ল বায়

20. 'বংগলক্ষী কটন মিল' নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্রধান উদ্যোক্তাগৰাকী কোন আছিল?
(A) জামছেদজী টাটা
(B) আচার্য প্রফুল্ল ৰায়
(C) নীলৰতন চৰকাৰ
(D) ক্ষীৰোদ প্রসাদ
উত্তৰ: C) নীলৰতন চৰকাৰ

21. কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিবেশনে ভাৰতীয়ৰ বাবে 'স্বৰাজ' বিচাৰি প্রস্তাব গ্রহণ কৰিছিল-
(A) দাদাভাই নৌৰজী
(B) বিপিন চন্দ্র পাল
(C) গোপালকৃষ্ণ গোখলে
(D) লালা লাজপত ৰায়
উত্তৰ: (A) দাদাভাই নৌৰজী

22. 'পূর্ব বংগ আৰু অসম' নামৰ প্ৰদেশখনৰ ৰাজধানী স্থাপন কৰা হৈছিল।
(A) শ্বিলঙত
(B) গুৱাহাটীত
(C) ঢাকাত
(D) এটাও নহয়।
উত্তৰ: (C) ঢাকাত

23. ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইক অভিহিত কৰা হয়-
(A) বংগ প্রদেশক
(B) দিল্লীক
(C) পোৰবন্দৰক
(D) এটাও নহয়।
উত্তৰ:‌ (A) বংগ প্রদেশক

24. ১৯০৫ খ্ৰীষ্টাব্দৰ- তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল
(A) ২৬ জানুৱাৰী
(B) ১৬ অক্টোবৰ
(C) ১৫ আগষ্ট
(D) এটাও নহয়।
উত্তৰ: (B) ১৬ অক্টোবৰ

25. বিদেশী পণ্য বৰ্জনৰ প্রস্তাৱ গ্ৰহণ কৰা হৈছিল- 
(A) ১৯০৫ খ্ৰীষ্টাব্দৰ ৭ আগষ্ট তাৰিখে
(B) ১৯০৬ খ্ৰীষ্টাব্দৰ ১৫ আগষ্ট তাৰিখে
(C) ১৯০৭ খ্রীষ্টাব্দৰ ৭ আগষ্ট তাৰিখে
(D) ১৯০৭ খ্রীষ্টাব্দৰ ২৭ আগষ্ট তাৰিখে
উত্তৰ: (A) ১৯০৫ খ্ৰীষ্টাব্দৰ ৭ আগষ্ট তাৰিখে

26. স্বদেশী আন্দোলনৰ সময়ছোৱাত 'যুগান্তৰ' নামৰ সংবাদপত্রখন সম্পাদনা কৰিছিল-
(A) গিৰীশ ঘোষ
(C) অমৃতলাল বসু
(B) ভূপেন্দ্রনাথ দত্ত
(D) অমৰেন্দ্ৰ নাথ দত্ত
উত্তৰ: (B) ভূপেন্দ্রনাথ দত্ত

27. লোকমান্য বাল গংগাধৰ তিলকে স্বৰাজ লাভৰ হকে তেওঁৰ কোনখন পত্রিকাত "স্বৰাজ আমাৰ জন্মস্বত্ব আৰু ই আমাৰ কাম্য" বুলি প্রকাশ কৰিছিল?
(A) 'কেশৰী' পত্রিকাত
(B) 'বন্দিনী ভাবত' পত্রিকাত
(C) 'নবযুগ' পত্রিকাত
(D) 'যুগান্তৰ' পত্রিকাত
উত্তৰ: (A) 'কেশৰী' পত্রিকাত

28. স্বদেশী আন্দোলনত সশস্ত্র বিপ্লবৰ বাণী প্ৰচাৰ কৰা বংগদেশৰ প্ৰথমগৰাকী ব্যক্তি আছিল-
(A) নবাব ছলিমউল্লা
(B) মহম্মদ আলি জিন্না
(C) বাৰীন্দ্ৰকুমাৰ ঘোষ
(D) ৰজনীকান্ত সেন
উত্তৰ: (C) বাৰীন্দ্ৰকুমাৰ ঘোষ

29. ১৯০৮ চনৰ ১১ আগষ্ট তাৰিখে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমগৰাকী শ্বহীদৰ ফাঁচিৰ হুকুম কাৰ্যকৰী কৰা হৈছিল। 
(A) ক্ষুদিৰাম বসুৰ
(B) মংগল পাণ্ডেৰ
(C) ভগত সিং
(D) গমধৰ কোঁৱৰ
উত্তৰ: (A) ক্ষুদিৰাম বসুৰ

30. ১৯০৬ খ্রীষ্টাব্দৰ ২১ নৱেম্বৰ তাৰিখে কলিকতাত অনুষ্ঠিত জাতীয় কংগ্রেছৰ দ্বাবিংশতিতম অধিৱেশনৰ সভাপতি পদৰ কাৰণে কোনগৰাকী চৰমপন্থী নেতাৰ নাম প্রস্তাব কৰা হয়?
(A) লালা লাজপত ৰায়ৰ
(B) বাল গংগাধৰ তিলকৰ
(C) বিপিন চন্দ্র পালৰ
(D) সুভাষ চন্দ্র বসুৰ
উত্তৰ: (B) বাল গংগাধৰ তিলকৰ

31. স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত 'বংগলক্ষীৰ ব্ৰতকথা' গ্রন্থৰ গ্ৰন্থকাৰ কোন আছিল?
(A) কার্তিকচন্দ্র দাশগুপ্ত
(B) স্বর্ণকুমাৰী দেবী
(C) প্রমথনাথ ৰায়চৌধুৰী
(D) ৰামেন্দ্রসুন্দৰ ত্রিবেদী
উত্তৰ: (D) ৰামেন্দ্ৰসুন্দৰ ত্রিবেদী

32. স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰে - গীত ৰচনা কৰিছিল।
(A) ১৮ টা
(B) ২৩ টা
(C) ২৮ টা
(D) ৩৩ টা
উত্তৰ: (B) ২৩ টা

33. স্বাধীন বাংলাদেশৰ (১৯৭২) ৰাষ্ট্ৰীয় সংগীতৰ মর্যাদা লাভ কৰা 'আমাৰ সোনাৰ বাংলা আমি তোমাকে ভালবাসি' শীর্ষক গীতটিৰ ৰচক কোন?
(A) ৰবীন্দ্ৰনাথ ঠাকুৰ
(B) ৰজনীকান্ত সেন
(C) মুকুন্দ দাস
(D) দ্বিজেন্দ্রলাল ৰয়
উত্তৰ: (A) ৰবীন্দ্ৰনাথ ঠাকুৰ

34. সু-বিখ্যাত 'বংগ মাতা' ছবিখনৰ শিল্পীগৰাকী কোন?
(A) অবনীন্দ্ৰনাথ ঠাকুৰ
(B) ৰবীন্দ্ৰনাথ ঠাকুৰ
(C) মুকুন্দ দাস
(D) সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়
উত্তৰ: (A) অবনীন্দ্ৰনাথ ঠাকুৰ

35. স্বদেশী আন্দোলনৰ পটভূমিত ৰচনা কৰা বিখ্যাত প্রবন্ধ 'ভাই ভাই এক ঠাই'ৰ প্ৰবন্ধকাৰগৰাকী-
(A) দ্বিজেন্দ্রলাল ৰয়
(B) সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়
(C) ৰবীন্দ্ৰনাথ ঠাকুৰ
(D) ৰজনীকান্ত সেন
উত্তৰ: (C) ৰবীন্দ্ৰনাথ ঠাকুৰ

36. ____ ৰ প্ৰচেষ্টাত 'বংগীয় কলা সংসদ' (১৯০৭) নামৰ জাতীয় অনুষ্ঠানটো স্বদেশী আন্দোলনৰ সময়ত গঢ় লৈ উঠিছিল।
(A) ৰবীন্দ্রনাথ ঠাকুৰ
(B) দ্বিজেন্দ্রলাল বয়
(C) অবনীন্দ্রনাথ ঠাকুৰ
(D) ৰজনীকান্ত সেন
উত্তৰ: (C) অবনীন্দ্ৰনাথ ঠাকুৰ

37. অসমৰ প্ৰথমগৰাকী আই চি এছ -
(A) আনন্দৰাম বৰুৱা
(B) গুণাভিৰাম বৰুৱা
(C) সধালতা দুৱৰা
(D) বলিনাৰায়ণ বৰা
উত্তৰ: (A) আনন্দৰাম বৰুৱা

38. 'চাব্বাস বাঙালী' নাটকখনৰ নাট্যকাৰগৰাকী কোন আছিল?
(A) গিৰীশ ঘোষ
(B) অমৰেন্দ্ৰ নাথ দত্ত
(C) ক্ষীৰোদ প্রসাদ
(D) অমৃতলাল বসু
উত্তৰ: (D) অমৃতলাল বসু

39. স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত 'চিৰাজদ্দৌলা' নাটকখনৰ নাট্যকাৰগৰাকী কোন আছিল?
(A) গিৰীশ ঘোষ
(B) অমৰেন্দ্ৰ নাথ দত্ত
(C) ক্ষীৰোদ প্রসাদ
(D) অমৃতলাল বসু
উত্তৰ: (A) গিৰীশ ঘোষ

40. স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত 'জাপানী বীৰ' গ্রন্থৰ লেখকগৰাকী কোন আছিল?
(A) কার্তিকচন্দ্র দাশগুপ্ত
(B) স্বর্ণকুমাৰী দেবী
(C) প্রমথনাথ ৰায়চৌধুৰী
(D) ৰামেন্দ্রসুন্দৰ ত্রিবেদী
উত্তৰ: (B) স্বর্ণকুমাৰী দেবী

41. স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত প্রমথনাথ ৰায়চৌধুৰীৰ গ্ৰন্থখনৰ নাম কি?
(A) জাপানী বীৰ
(B) বংগলক্ষীৰ ব্ৰতকথা
(C) নব্য ভাৰত
(D) জয় সংগীত
উত্তৰ: (D) জয় সংগীত

42. স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত 'নব্য ভাৰত' গ্রন্থৰ গ্ৰন্থকাৰ কোন আছিল?
(A) কার্তিকচন্দ্র দাশগুপ্ত
(B) স্বর্ণকুমাৰী দেবী
(C) প্রমথনাথ ৰায়চৌধুৰী
(D) ৰামেন্দ্রসুন্দৰ ত্রিবেদী
উত্তৰ: (A) কার্তিকচন্দ্র দাশগুপ্ত

43. 'বন্দে মাতৰম' গীতটো ভাৰতবৰ্ষত নিষিদ্ধ কৰা হৈছিল-ত।
(A) ১৩ আগষ্ট, ১৯০৬
(B) ৬ আগষ্ট, ১৯০৭
(C) ১৫ আগষ্ট, ১৯০৭
(D) ১৫ আগষ্ট, ১৯০৮
উত্তৰ: (C) ১৫ আগষ্ট, ১৯০৭

44. 'বৰ্জনৰ অৰ্থ স্বাদেশীকতা আৰু স্বাদেশীকতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগত সর্বতোপ্ৰকাৰে অসহযোগিতা কৰা।' কথাষাৰ কৈছিল-
(A) ৰবীন্দ্রনাথ ঠাকুৰে
(B) গিৰীশ ঘোষে
(C) ঋষি অৰবিন্দ ঘোষে
(D) সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ে
উত্তৰ: (C) ঋষি অৰবিন্দ ঘোষে

45. 'বন্দে মাতমৰ' সংবাদপত্ৰৰ সম্পাদক কোন আছিল?
(A) ঋষি অৰবিন্দ ঘোষ
(B) সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়
(C) বংকিমচন্দ্র চট্টোপাধ্যায়
(D) এটাও নহয়।
উত্তৰ: (A) ঋষি অৰবিন্দ ঘোষ

46. স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত 'পলাশীৰ প্রায়শ্চিত্ত' নাটকখনৰ নাট্যকাৰগৰাকী কোন আছিল?
(A) গিৰীশ ঘোষ
(B) অমৰেন্দ্ৰ নাথ দত্ত
(C) অমৃতলাল বসু
(D) ক্ষীৰোদ প্রসাদ
উত্তৰ: (D) ক্ষীৰোদ প্রসাদ

47. স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত 'বংগৰ অংগচ্ছেদ' নাটকখনৰ নাট্যকাৰগৰাকী কোন?
(A) গিৰীশ ঘোষ
(B) অমবেন্দ্র নাথ দত্ত
(C) ক্ষীৰোদ প্রসাদ
(D) অমৃতলাল বসু
উত্তৰ: (B) অমৰেন্দ্ৰ নাথ দত্ত

48. 'ভাৰতী' নামৰ পত্রিকা সম্পাদনা তথা ইয়াৰ যোগেদি বংগ দেশৰ যুবশক্তিক জাতীয় আন্দোলনত জঁপিয়াই পৰিবলৈ প্ৰস্তুত কৰি তোলা অগ্রণী নাৰীগৰাকী কোন?
(A) হেমপ্রভা মজুমদাৰ
(B) জ্যোতির্ময়ী গাংগুলী
(C) সৰলা দেৱী চৌধুৰাণী
(D) আশালতা সেন
উত্তৰ: (C) সৰলা দেৱী চৌধুৰাণী

49. মুছলিম লীগ স্থাপনত নেতৃত্ব বহন কৰা ব্যক্তিগৰাকী কোন আছিল?
(A) উইলিয়াম আর্কবল্ড
(B) মহম্মদ আলি জিন্না
(C) নবাব ছলিমউল্লা
(D) নবাব বিকৰউল মূলক
উত্তৰ: (C) নবাব ছলিমউল্লা

50. কলিকতাক ৰাজধানী হিচাপে লৈ পশ্চিম বংগ, বিহাৰ, উৰিষ্যা আৰু ছোটনাগপুৰসহ 'বংগ' প্রদেশখনৰ জনসংখ্যা আছিল
(A) ৫ কোটি ৪০ লাখ
(B) ৫ কোটি ৫০ লাখ
(C) ৫ কোটি ৬০ লাখ
(D) ৬ কোটি ৩০ লাখ
উত্তৰ: (A) ৫ কোটি ৪০ লাখ

51. ভাইচৰয়য়ে বংগ প্রশাসনৰ দক্ষতাৰ অজুহাত দেখুৱাই ইংলেণ্ডৰ চৰকাৰৰ ওচৰত বংগ প্রদেশ বিভাজনৰ প্রস্তাব দিছিল।
(A) লর্ড নর্থব্রুকে
(B) লর্ড মিন্টোরে
(C) লর্ড কার্জনে
(D) লর্ড মাউন্ট বেটেনে
উত্তৰ: (A) লর্ড নর্থব্রুকে

52. ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল-
(A) ১৮২৪ খ্ৰীষ্টাব্দৰ ২৬ ফেব্ৰুৱাৰিত
(B) ১৮২৬ খ্রীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰিত
(C) ১৮২৬ খ্রীষ্টাব্দৰ ২৬ ফেব্রুৱাৰিত
(D) এটাও নহয়।
উত্তৰ: (B) ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰিত

53. ____ ত লর্ড কার্জনে বংগ ভংগৰ প্রস্তাৱটো অনুমোদনৰ কাৰণে লণ্ডনস্থিত ভাৰত সচিবলৈ প্ৰেৰণ কৰে।
(A) ১৯০৪ খ্ৰীষ্টাব্দৰ ১২ ফেব্রুৱাৰি
(B) ১৯০৪ খ্ৰীষ্টাব্দৰ ২২ ফেব্রুৱাৰি
(C) ১৯০৫ খ্রীষ্টাব্দৰ ১২ ফেব্ৰুৱাৰি
(D) ১৯০৫ খ্ৰীষ্টাব্দৰ ২ ফেব্ৰুৱাৰি
উত্তৰ: (D) ১৯০৫ খ্ৰীষ্টাব্দৰ ২ ফেব্ৰুৱাৰি

54. ঢাকাক ৰাজধানী হিচাপে লৈ প্রস্তাবিত 'পূর্ব বংগ আৰু অসম' নামৰ প্ৰদেশখনৰ জনসংখ্যা আছিল
(A) ৩ কোটি ১০ লাখ
(B) ৪ কোটি ১০ লাখ
(C) ৫ কোটি ৪০ লাখ
(D) ৫ কোটি ১০ লাখ
উত্তৰ: (A) ৩ কোটি ১০ লাখ

55. ____ ক ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা বুলি ক'ব লাগিব।
(A) চিপাহী বিদ্রোহ
(B) জালিৱানবালাবাগৰ হত্যাকাণ্ড
(C) কংগ্রেছ-মুছলিম লীগৰ সংঘাত
(D) বংগ বিভাজন
উত্তৰ: (D) বংগ বিভাজন

56. মোগল সম্রাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইবৰ মাজত সম্পন্ন হোৱা কি সন্ধিৰ যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰতো ৰাজনৈতিক কর্তৃত্ব লাভ কৰে?
(A) ইয়াণ্ডাবু সন্ধিৰ
(B) ভাৰ্চাই সন্ধিৰ
(C) এলাহাবাদ সন্ধিৰ
(D) এটাও নহয়।
উত্তৰ: (C) এলাহাবাদ সন্ধিৰ

57. ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্রণকাৰী আইন (Regulating Act.) প্রবর্তন কৰে।
(A) ১৭৭১ খ্রীষ্টাব্দত
(B) ১৭৭২ খ্রীষ্টাব্দত
(C) ১৭৭৩ খ্রীষ্টাব্দত
(D) ১৭৭৪ খ্রীষ্টাব্দত
উত্তৰঃ (C) ১৭৭৩ খ্রীষ্টাব্দত

58. ভাৰতবৰ্ষত ব্রিটিছ সাম্রাজ্যবাদৰ উপনিবেশ স্থাপন হোৱাৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানিৰ তিনিটা ঘাই শাসন কেন্দ্রত পৰিণত হৈছিল।
(A) কলিকতা, বোম্বাই আৰু দিল্লী
(B) কলিকতা, বোম্বাই আৰু মাদ্রাজ
(C) কলিকতা, বোম্বাই আৰু উৰিষ্যা
(D) এটাও নহয়।
উত্তৰ: (B) কলিকতা, বোম্বাই আৰু মাদ্রাজ

59. ____ তাৰিখে 'অসম' নামৰ প্ৰদেশখন গঠন কৰা হয়।
(A) ১৮৭৪ খ্রীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰী
(B) ১৮৮৪ খ্ৰীষ্টাব্দৰ ১৭ ফেব্ৰুৱাৰী
(C) ১৮৮৫ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰী
(D) ১৮৮৭ খ্রীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰী
উত্তৰ: (A) ১৮৭৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰী

60. বংগদেশ বিভাজনৰ সময়ত তীব্র আলোড়নৰ সৃষ্টিকাৰী 'বংগৰ সর্বনাশ' নামৰ নিবন্ধটো কোনখন পত্রিকাত প্রকাশ হৈছিল?
(A) সন্ধ্যা পত্রিকাত
(B) বন্দিনী ভাৰত পত্রিকাত
(C) সঞ্জীৱনী পত্রিকাত
(D) এটাও নহয়।
উত্তৰ: (C) সঞ্জীৱনী পত্রিকাত

61. প্রস্তাৱিত বংগদেশ বিভাজনৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে প্রথমখন প্রতিবাদী সভা ____ অনুষ্ঠিত হৈছিল। 
(A) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৪ জুলাইত খুলনাত
(B) ১৯০৫ খ্রীষ্টাব্দৰ ২৩ ছেপ্টেম্বৰত উত্তৰ কলিকতাৰ ৰাজাবজাৰত
(C) ১৯০৫ খ্রীষ্টাব্দৰ ৩১ জুলাইত ৰিপন কলেজত
(D) ১৯০৫ খ্ৰীষ্টাব্দৰ ২০ জুলাইত দিনাজপুৰত
উত্তৰ: (A) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৪ জুলাইত খুলনাত

62. 'হে বংগ জননী, স্বর্ণ প্রসবিনী... শিখেছি সবাই কৰিতে ভাবনা, বিলাতি পোশাকে আৰ সাজিব না, বিলাতি আহাৰ, বিলাতি আচাৰ ত্যাজিত কৰিব...' -গীতটি কাৰ?
(A) মুকুন্দ দাসৰ
(B) সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ
(C) ৰবীন্দ্ৰ নাথ ঠাকুৰৰ
(D) এটাও নহয়।
উত্তৰ: (A) মুকুন্দ দাসৰ

63. 'সৰ্বভাৰতীয় মুছলিম লীগ' নামৰ ৰাজনৈতিক অনুষ্ঠানটোৰ জন্ম হৈছিল—।
(A) ১৯০৩ চনৰ ৩০ ডিচেম্বৰ
(B) ১৯০৫ চনৰ ১৭ ডিচেম্বৰ
(C) ১৯০৬ চনৰ ৩০ ডিচেম্বৰ
(D) ১৯০৭ চনৰ ২৬ ডিচেম্বৰ
উত্তৰঃ (C) ১৯০৬ চনৰ ৩০ ডিচেম্বৰত

64. বংগবাসীয়ে 'জাতীয় শোক দিবস' পালন কৰিছিল।
(A) ১৯০৫ খ্রীষ্টাব্দৰ ১৬ অক্টোবৰত
(B) ১৯০৫ খ্রীষ্টাব্দৰ ৩১ জুলাইত
(C) ১৯০৫ খ্ৰীষ্টাব্দৰ ৬ অক্টোবৰত
(D) ১৯০৫ খ্ৰীষ্টাব্দৰ ২০ জুলাইত
উত্তৰ: (A) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰত

65. কাৰ নেতৃত্বত 'ছাত্র সংসদ' গঠন হৈছিল?
(A) ৰবীন্দ্রনাথ ঠাকুৰৰ
(B) সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ
(C) বংকিমচন্দ্র চট্টোপাধ্যায়ৰ
(D) আনন্দমোহন বসুৰ
উত্তৰ: (B) সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ

66. 'বাঙালিৰ প্ৰাণ, বাঙালিৰ মন, এক হওক হে ভগবান...'-গীতটি কাৰ?
(A) ৰবীন্দ্ৰনাথ ঠাকুৰৰ
(B) মুকুন্দ দাসৰ
(C) বংকিমচন্দ্র চট্টোপাধ্যায়ৰ
(D) এটাও নহয়।
উত্তৰ: (A) ৰবীন্দ্রনাথ ঠাকুৰৰ

67. বংগ ভূমিৰ একতা আৰু ঐতিহ্যৰ প্ৰতীক 'ফেডাৰেল হল'ৰ আধাৰশিলা কোনে স্থাপন কৰে?
(A) ৰবীন্দ্ৰনাথ ঠাকুৰ
(B) সভাষ চন্দ্র বসু
(C) আনন্দমোহন বসুৱে
(D) এটাও নহয়।
উত্তৰ: (C) আনন্দমোহন বসুৱে

68. 'বন্দে মাতৰম' -গীতটিৰ ৰচক কোন?
(A) মুকুন্দ দাস
(B) ৰবীন্দ্ৰনাথ ঠাকুৰ
(C) বংকিমচন্দ্র চট্টোপাধ্যায়
(D) সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়
উত্তৰঃ (C) বংকিমচন্দ্র চট্টোপাধ্যায়

 অন্যান্য শিক্ষামূলক প্ৰৱন্ধসমূহ :

      ✒️ ৬ টা উপায়েৰে ধুনীয়া হাতৰ আখৰ 
            তোমাৰো হ'ব পাৰে।
      ✒️ ৬ টা উপায় দীঘলীয়া উত্তৰ সহজে মূখস্থ
           কৰাৰ।

 Assamese Grammar :-
         বিপৰীত শব্দ
              (SEBA QUESTION BANK 2019)

         সমাৰ্থক শব্দ
              (SEBA QUESTION BANK 2019)

         সমাস
              (SEBA QUESTION BANK 2019)

         সন্ধি
              (SEBA QUESTION BANK 2019)

         এটা শব্দত প্ৰকাশ কৰা।
              (SEBA QUESTION BANK 2019)

         ৭০ টা এটা শব্দত প্ৰকাশ কৰা

         খণ্ডবাক্য আৰু জতুৱা ঠাঁচ।
             (SEBA QUESTION BANK 2019)

         বাক্য পৰিবৰ্তন।
             (SEBA QUESTION BANK 2019)

 Hindi Grammar :
          विपरीतार्थक या विलोम शब्द

 English Grammar For Class 9 :
           Voice.
           Narration.

 English Grammar For Class 10:
          Vocabulary (i)
          Vocabulary (ii)
               (SEBA QUESTION BANK 2019)

          Preposition (i)
          Preposition (ii)
               (SEBA QUESTION BANK 2019)
          160 Preposition with teaching

          Determiner (i)
          Determiner (ii)
               (SEBA QUESTION BANK 2019)

          Narration (i)
          Narration (ii)
               (SEBA QUESTION BANK 2019)             

          Tense Form.
               (SEBA QUESTION BANK 2019)

          Translation
              (Assamese to English)
              (SEBA QUESTION BANK 2019)

          Verb Phrase (Making Sentences)
               (SEBA QUESTION BANK 2019)

          Synthesis/Combine Sentence (i)
          Synthesis/Combine Sentence (ii)
          Reading comprehension
                    1. The great advantage of
                       early ..........






Post a Comment

0 Comments